DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ICSE ৰ দশম শ্ৰেণী আৰু ISC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৯.৯৮ শতাংশ আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণৰ হাৰ ৯৯.৭৬ শতাংশ

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2021 4:51 pm
cbse-nm-759

ফাইল ফটো

339
VIEWS
Share on FacebookShare on Twitter

দ্য কাউন্সিল ফৰ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট একজামিনেছন চমুকৈ CISCE-এ আজি ঘোষণা কৰিছে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল।

দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে ৯৯.৯৮ শতাংশ আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.৭৬ শতাংশ।দিল্লীত উত্তীৰ্ণৰ হাৰ হৈছে ১০০ শতাংশ।

ISC দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দিল্লীত উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.৯৩ শতাংশ।

এইবাৰ ICSE দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২,৯০৯ গৰাকী ছাত্ৰ আৰু ২,৫৫৪ গৰাকী ছাত্ৰী।একেদৰে ISC দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১,৪১৮ গৰাকী ছাত্ৰ আৰু ১,৩৯৩ গৰাকী ছাত্ৰী।

ছাত্ৰ-ছাত্ৰীসকলে cisce.org বা results.cisce.org. বেৱচাইটলৈ গৈ ফলাফল চাব পাৰিব।

উল্লেখ্য কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছিল।বিকল্প মূল্যায়ন পদ্ধতিৰ জৰিয়তে সেয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰদান কৰা হৈছে।

ICSE বোৰ্ডৰ মুখ্য কাৰ্যবাহী তথা সচিব গেৰী আৰাথুনে প্ৰকাশ কৰা মতে এইবাৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহীৰ পুনৰীক্ষণৰ কোনো সুবিধা নাপাব।

এইবাৰৰ ফলাফলত কোনো মেৰিট লিষ্টৰো ব্যৱস্থা ৰখা হোৱা নাই।

Recent News

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd