• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাঞ্চল্যকৰ ঘটনা : জি এন আৰ চিৰ আই চি য়ুৰ ভিতৰতে যৌন নিৰ্য্যাতন কিশোৰীক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 30, 2019 8:32 pm
Victim of Molestation_GNRC

ভুক্তভোগী কিশোৰীগৰাকী আৰু এজাহাৰখনৰ প্ৰতিলিপি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসাধীন ৰোগীক যৌন নিৰ্য্যাতনৰ দৰে এটা জঘন্য কাণ্ডই জোকাৰি গৈছে উত্তৰ গুৱাহাটীৰ আমিনগাওঁস্থিত জি এন আৰ চি হাস্পতাল। চিকিৎসালয়খনৰ আই চি য়ুৰ ভিতৰতে এগৰাকী ১৪ বছৰীয়া কিশোৰীক তিনিবাৰকৈ যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগ উঠিছে চিকিৎসালয়খনৰ ৱাৰ্ডবয় চান মহম্মদ আলীৰ বিৰুদ্ধে।

ভুক্তভোগীৰ দেউতাকৰ অভিযোগৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত চান মহম্মদক আটক কৰিছে।

Apply Now

ঘটনাৰ বিবৰণ অনুসৰি, ২৮ মাৰ্চৰ দিনা বিয়লি প্ৰায় ৩:৩০ বজাত বৰপেটাৰ ভলুকাবাৰীৰ এগৰাকী কিশোৰীক জটিল ৰোগৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল জি এন আৰ চি চিকিৎসালয়খনৰ আই চি য়ু কক্ষত।

কিন্তু কালি মাজনিশা প্ৰায় ১২ মান বজাত কিশোৰীগৰাকী থকা কক্ষত কোনো নথকাৰ সুযোগ লৈ অভিযুক্ত ৱাৰ্ডবয় চান মহম্মদে প্ৰৱেশ কৰি কিশোৰীগৰাকীৰ কাপোৰ খুলি গুপ্তাংগত স্পৰ্শ কৰাৰ লগতে যৌন নিৰ্য্যাতনো চলায় আৰু ৩ বাৰকৈ ধৰ্ষণৰ চেষ্টা চলায়। কিশোৰীগৰাকীৰ পিতৃয়ে গৌৰীপুৰ থানাত দাখিল কৰা এজাহাৰত এই কথা উল্লেখ কৰে।

FIR
ভুক্তভোগী কিশোৰীগৰাকীৰ দেউতাকে গৌৰপুৰ আৰক্ষীক দিয়া এজাহাৰখনৰ মূল অংশটো।

এজাহাৰখনৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে অভিযুক্ত ৱাৰ্ডবয় চান মহম্মদ আলীক আটক কৰি সোধা-পোছা অৱ্যাহত ৰাখিছে।

গৌৰীপুৰ আৰক্ষীক যোগাযোগ কৰিবলৈ চেষ্টা কৰা সত্ত্বেও ফোনত পোৱা নগ’ল।

উল্লেখযোগ্য যে যোৱা ৩১ ডিচেম্বৰত গুৱাহাটীৰ ডাঃ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ আই চি য়ুতো একে ধৰণৰ এটা ঘটনা ঘটিছিল। কমলকান্তি সেন চৌধুৰী নামৰ এজন নাৰ্ছে তিনিগৰাকীকৈ কেন্সাৰ ৰোগীক ধৰ্ষণ কৰাৰ ঘটনা ঘটিছিল। ত্ৰিপুৰাৰ যুৱকজনক পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd