• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতৰ মৌলিক চৰিত্ৰৰ ওপৰত চলিছে আক্ৰমণ! ঘৃণাৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ আহ্বান কংগ্ৰেছ সভাপতি খৰ্গেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2022 7:56 pm
Mallikarjun Kharge hits out BJP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছে আজি পালন কৰিলে ১৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। স্বাধীনোত্তৰ ভাৰতত অধিকাংশ সময়ৰ বাবে শাসনত থকা দলটোৰ প্ৰতিষ্ঠা দিৱসত আজি দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে দলৰ এই বিশেষ দিনটোত কয় যে কংগ্ৰেছে সকলোকে সামৰি লৈ আগবাঢ়ি যোৱাৰ দৃষ্টিভংগীৰ বাবে ভাৰতে অগ্ৰগতি লাভ কৰিছে। ভাৰত কেৱল এখন সফল আৰু শক্তিশালী গণতন্ত্ৰ হিচাপেই আত্মপ্ৰকাশ হোৱাই নহয়, কেইটামান দশকৰ ভিতৰতে অৰ্থনৈতিক, পাৰমাণৱিক আৰু কৌশলগত ক্ষেত্ৰত মহাশক্তি হিচাপে পৰিগণিত হ’ল বুলি মন্তব্য কৰে খৰ্গেই।

Apply Now

ভাষণত তেওঁ লগতে গণতন্ত্ৰৰ প্ৰতি থকা কংগ্ৰেছৰ বিশ্বাস আৰু সকলোকে লগত লৈ যোৱাৰ সৰ্বাংগীন মতাদৰ্শৰ বাবে তথা সকলোকে সম অধিকাৰ আৰু সুযোগ দিয়া সংবিধানৰ প্ৰতি সম্পূৰ্ণ বিশ্বাসৰ বাবেই এয়া সম্ভৱ হৈছিল বুলি উল্লেখ কৰে।

আনহাতে বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰক লক্ষ্য কৰি আক্ৰমণাত্মক হৈ পৰে খৰ্গে। বৰ্তমান ভাৰতৰ মৌলিক চৰিত্ৰৰ ওপৰত অহৰহ আক্ৰমণ চলাই থকা হৈছে বুলি খৰ্গেই অভিযোগ উত্থাপন কৰিছে। খৰ্গেৰ মতে, ঘৃণাৰ ফলত বৰ্তমান সমাজখন বিভাজিত হৈছে; মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই মানুহক আঘাত কৰিছে কিন্তু এই বিষয়সমূহে চৰকাৰক আমনি কৰা নাই।

সেয়ে কংগ্ৰেছে দেশৰ যুৱক-যুৱতী, মহিলা আৰু সমাজৰ বঞ্চিত শ্ৰেণীক একত্ৰিত কৰি মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু ঘৃণাৰ বিৰুদ্ধে যুঁজত সকলোকে লগত লৈ যোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে খৰ্গেই। ইতিমধ্যে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰাৰ পৰা এই কাম আৰম্ভ হৈছে বুলিও তেওঁ লগতে দোহাৰে।

খৰ্গেৰ মতে, ভাৰত জোড়ো যাত্ৰাই সঞ্জীৱনী প্ৰদান কৰি সমগ্ৰ দেশৰ কংগ্ৰেছ কৰ্মীসকলক সজীৱ কৰি তুলিছে। এই যাত্ৰাই দেশৰ জনসাধাৰণৰ ব্যাপক সমৰ্থন লাভ কৰাৰ লগতে ইয়াৰ ফলত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী বিজেপি দলক জোকাৰি গৈছে বুলিও তেওঁ মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd