• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অখিল গগৈৰ মৃত্যু হ’লে হিমন্ত সোণোৱাল দায়ী হ’ব : উচুপি উঠিলে অখিলৰ মাতৃয়ে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 6, 2020 7:13 pm

1 min read

index.jpg333

অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ

7.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ ভয়ংকৰ গণ সংক্ৰমণ হোৱাৰ সময়তে অখিল গগৈ প্ৰচণ্ড জ্বৰ কাঁহত ভোগা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পাছতে এতিয়া বিষয়টোৱে চাৰিওফালে চৰ্চা লাভ কৰিছে।

এই খবৰ পাই ভাগি পৰিছে অখিলৰ পত্নী গিতাশ্রী তামুলী। ফেইচবুকযোগে তেওঁ মনৰ কথাখিনি ইতিমধ্যে প্ৰকাশ কৰিছে।

ইপিনে, এই খবৰ পাই শোকত ভাগি পৰিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ।

অখিল গগৈৰ মৃত্যু হ’লে হিমন্ত সোণোৱাল দায়ী হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য অখিলৰ মাতৃৰ।

“অখিলক মাৰি পেলাওক। হিমন্ত-সোনোৱালে মিছা মিছি এসোপামান দোষ জাপি দি দি ভৰাই থৈ দিছে। তাৰ কিবা হ’লে সিহঁত দোষী হ’ব দেই।” অখিলৰ মাতৃয়ে এইদৰে কয়।

ইয়াৰোপৰি, অখিলক জেইলৰ পৰা উলিয়াই দিয়ক বুলি হুকহুকাই কান্দি উঠিল মাতৃয়ে।

“মোৰ ল’ৰা এটাই আছিলে, সিহঁতে ধ্বংস কৰি পেলালে। অখিলক মাৰি পেলাওক।” দুখত ভাগি পৰা অখিলৰ মাতৃ য়ে এইদৰে কয়।

উল্লেখযোগ্য যে, অখিল গগৈ কাৰাগাৰত কটোৱা আজি ২০৪ দিনত ভৰি দিলে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd