DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘আইন উলংঘন কৰি অনুষ্ঠান পাতিলে হত্যাৰ প্ৰচেষ্টাৰ গোচৰত হ’ব লাগিব গ্ৰেপ্তাৰ’; ডিজিপি

'৫ মিনিটৰ বাবেও ৰাজহুৱা স্থানত মাস্ক খুলিব নোৱাৰিব'; ভাস্কৰজ্যোতি মহন্ত

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 12, 2021 1:33 pm
420
VIEWS
Share on FacebookShare on Twitter

কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আইন উলংঘা কৰি অনুষ্ঠান পতা সকলৰ প্ৰতি এক হুংকাৰ প্ৰদান কৰিছে।

কোভিড বিধি উলংঘাকাৰীৰ বিৰুদ্ধে হত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰাৰ লগতে সেই ধাৰাৰ অধীনত গ্ৰেপ্তাৰ হ’ব লাগিব বুলিও হুংকাৰ দিয়ে।

মহন্তই আৰু কয়, “যদি কোনেও গম নোপোৱাকৈ বহু লোকৰ উপস্থিতিত যদি অনুষ্ঠান অনুষ্ঠিত কৰে তেনেহলে এই ক্ষেত্ৰত আৰক্ষী ফালৰ পৰা কোনো ধনৰ ৰেহাই দিয়া ন’হব।”

আইনগত নীতি নিয়ম উলংঘা কৰাৰ বিনিময়ত আইন উলংঘাকাৰীক মৃত্যুৰ ভাবুকি অনাৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে তাৰ উশ্চিত শাস্তি প্ৰদান কৰা হ’ব বুলি তেওঁ জনায়।

লগতে কনতেইনমেণ্ট জ’নৰ ভিতৰত থকাসকলেও যদি নিয়ম উলংঘা কৰা দেখা পোৱা হয় তেওঁলোকৰ উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে।

তেওঁ লগতে হুংকাৰ দি কয় “আৰক্ষীয়ে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ’লে, পেপাৰে পত্ৰই যদি সমালোচনা কৰে তথাপি আমাৰ উপায় নাই। গালি খাম তথাপি কোভিডৰ পৰা জনতাক ৰক্ষা কৰিবই লাগিব।”

আনহাতে ৰাজ্যৰ মুখ্য সচিবে ৰাজহুৱা স্থানত মাস্ক ৫ মিনিটৰ বাবেও খোলাত নিষেধাজ্ঞা আৰোপ কৰিছে।

Recent News

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd