• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী মোদী পুনৰ ক্ষমতালৈ আহিলে মমতা বেনাৰ্জীক গ্ৰেপ্তাৰ ক’ৰা হ’ব- সংবাদমেলত অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2024 5:18 pm
404
VIEWS
Share on FacebookShare on Twitter

যদিহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ আহে তেন্তে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দৰে বিৰোধী নেতাক জেলত ভৰোৱা হ’ব। কেৱল বিৰোধী নেতৃত্বই নহয়, নিজৰ দলৰ যোগী আদিত্যনাথৰ দৰে নেতাকো জেলত প্ৰক্ষেপ কৰা হ’ব,এই দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। জামিনত মুকলি হোৱাৰ পাছত শনিবাৰে দিল্লীত পত্নী সুনীতা কেজৰিৱালৰ সৈতে প্ৰথম প্ৰচাৰৰ বাবে ওলাই যায় দিল্লীৰ মুখ্যমন্ত্ৰী। ৰাতিপুৱা কন’ট প্লেচৰ হনুমান মন্দিৰত আৰু তাৰ পাছত নৱগ্ৰহ মন্দিৰত পূজাৰ সৈতে ৰোড শ্ব’ কৰিছিল। তাৰ পাছত কেজৰিৱালে সংবাদমেলত এই অভিযোগ উত্থাপন কৰে।

জামিনত জেলৰ পৰা ওলাই আহি প্ৰথমবাৰৰ বাবে কেজৰিৱাল সাংবাদিকৰ মুখামুখি হয়। তেওঁৰ বিস্ফোৰক দাবী যে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল বিৰোধী নেতৃত্বক জেলত ভৰোৱাই নহয়, নিজৰ দলৰ নেতাকো হত্যা কৰিব। কেজৰিৰ দাবী যে নিৰ্বাচন শেষ হ’লেই মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাক চেপি ধৰিব।

কেজৰিৰ দাবী, মোদীয়ে আৰম্ভ কৰিছে এখন দেশ, এজন নেতাৰ প্ৰচাৰ। আৰু তাৰ বাবেই আদিত্যনাথৰ দৰে নেতাৰ ৰাজনৈতিক ভৱিষ্যতৰ অন্ত পৰিব। এল কে আদৱানী, মুৰুলী মনোহৰ যোশী, শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে, মনোহৰলাল খট্টৰ, ৰমন সিং তেওঁৰ দ্বাৰা শেষ হয়। তাৰ পাছত আদিত্যনাথৰ পাল। যদিহে মোদী পুনৰ ক্ষমতালৈ আহে তেন্তে দুমাহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সলনি কৰিব।

কেজৰিৱালে কয় যে, তৃণমূল নেত্ৰী মমতা বেনাৰ্জী, এম কে ষ্টেলিনৰ দৰে সকলো বিৰোধী নেতাক জেলত ভৰোৱা হ’ব। যদি তেওঁলোক ক্ষমতালৈ আহে তেন্তে কোনো বিৰোধী নেতা বাদ নাপৰিব। মোদীয়ে জেল ভৰাই সকলোকে শেষ কৰিব।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd