• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গণতন্ত্ৰ যদি বৰ্তি আছে, মোক কথা কোৱাৰ অনুমতি দিয়া হ’ব: বিতৰ্কৰ মাজতে ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 8:09 pm
Rahul Gandhi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডন ভ্ৰমণৰ সময়ত ভাৰতৰ সাম্প্ৰতিক গণতান্ত্ৰিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছত ধাৰাবাহিভাৱে শাসকীয় বিজেপিৰ আক্ৰমণৰ সন্মুখীন হৈ অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক সংবাদমেল যোগে গান্ধীয়ে বিজেপিৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই এই সন্দৰ্ভত তেওঁক সংসদত ভাষণ দিবলৈ অনুমতি দিয়া হ’ব বুলি আশা প্ৰকাশ কৰে।

অৱশ্যে বিজেপিয়ে তেওঁক সংসদত কথা কোৱাৰ সুবিধা নিদিব বুলি আশংকা প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। ৰাহুল গান্ধীৰ লণ্ডন ভাষণক লৈ ব্যাপক বাদ-বিবাদৰ সৃষ্টি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আজি লোকসভাত অংশগ্ৰহণ কৰে। কিন্তু শাসক-বিৰোধীৰ বাকবিতণ্ডাৰ ফলত মাত্ৰ তিনি মিনিটৰ পাছতে সদন স্থগিত ৰাখিবলগীয়া হয়।

Apply Now

আজি গান্ধী সদনত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ চাৰিগৰাকীকৈ মন্ত্ৰীয়ে সংসদৰ ভিতৰত আৰু বাহিৰত গান্ধীক তেওঁৰ ভাষণৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়। ইয়াৰ পিছতে আহ্বান কৰা সংবাদ মেলত গান্ধীয়ে কয় যে চলিত বিতৰ্ক সন্দৰ্ভত তেওঁৰ অনুভৱ সংসদৰ মজিয়াত দাঙি ধৰাৰ পৰিকল্পনাৰে তেওঁ সংসদত উপস্থিত হৈছিল।

কিন্তু সদনলৈ অহাৰ এক মিনিটৰ ভিতৰতে সদন স্থগিত ৰাখিলে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ লগতে কয়, “ভাৰতীয় গণতন্ত্ৰ যদি কাৰ্যকৰী হৈ থাকিলহেঁতেন, সংসদত মোৰ ক’বলগীয়া কথা ক’ব পাৰিলোহেঁতেন। আপোনালোকে যি দেখি আছে, সেয়া ভাৰতীয় গণতন্ত্ৰৰ পৰীক্ষা।” মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা সেই চাৰিগৰাকী মন্ত্ৰীক যি স্থান দিয়া হৈছিল, সেই স্থান সাংসদসকলক দিয়া হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে গান্ধীয়ে।

ৰাহুল গান্ধীয়ে লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে সদনত কথা কোৱাৰ অনুমতি বিচাৰি এই বিষয়ত আলোচনা কৰিছে বুলিও উল্লেখ কৰে। “মই অধ্যক্ষক সদনত কথা ক’বলৈ সময় বিচাৰিছিলো। সদনৰ মজিয়াত কথা কোৱাটো মোৰ অধিকাৰ।”– গান্ধীয়ে কয়।

ইফালে যোৱা মাহত সংসদত আদানী বিতৰ্ক সন্দৰ্ভত দিয়া ভাষণৰ পৰা ফালৰি কটাৰ উপায়স্বৰূপে তেওঁৰ শেহতীয়া লণ্ডন ভাষণক লৈ বিবাদ সৃষ্টি কৰা হৈছে বুলিও গুৰুতৰ অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে। গান্ধীৰ মতে, আদানী বিতৰ্কক লৈ চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ভয় খাইছে আৰু সেয়েহে এই সমগ্ৰ বিতৰ্কৰ সৃষ্টি কৰা হৈছে। গৌতম আদানীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কক লৈ এক মৌলিক প্ৰশ্ন আছে বুলিও দোহাৰে গান্ধীয়ে।

ৰাহুল গান্ধীয়ে লগতে ভাৰত বিৰোধী ভাষণ দিয়া বুলি বিজেপিয়ে তোলা অভিযোগ অস্বীকাৰ কৰে। বিদেশৰ মাটিত দেশক অপমান কৰা বুলি বিজেপিয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ বিজেপিয়ে অনুমতি দিলে সদনৰ ভিতৰতে কথা ক’ব বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd