• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অজানিতে যদি কেতিয়াবা কাৰোবাক আঘাত দিছিলোঁ ক্ষমা কৰি দিব : বিদায় ভাষণত আৱেগিক মুখ্য ন্যায়াধীশ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 8, 2024 7:35 pm
344
VIEWS
Share on FacebookShare on Twitter

যদি মই কাৰোবাক কেতিয়াবা আঘাত দিছিলো তেন্তে মোক ক্ষমা কৰি দিব। শুকুৰবাৰে এইদৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে।

আজিৰ দিনটোত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে অতি কোমল ভাষা আৰু কৃতজ্ঞতাৰে তেওঁৰ বিচাৰৰ দীঘলীয়া যাত্ৰাৰ বিষয়ে আলোকপাত কৰে।

চন্দ্ৰচুড়ে নিজৰ ভাষণত ব্যক্তিগত অভিজ্ঞতাৰ স্মৃতিও ৰোমন্ঠন কৰে।

বিদায় অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী আৰু কপিল ছিবাল উপস্থিত থাকে। দুয়োজনে বিদায়ী মুখ্য ন্যায়াধীশগৰাকীৰ অৱদানৰ কথা স্মৰণ কৰে।

পুৰণি কথা মনত পেলাই চন্দ্ৰচুড়ে কয় যে প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছিলোঁ তেতিয়া মই ইয়াত তীৰ্থযাত্ৰীৰ দৰে ভৰি দিছিলোঁ।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ন্যায়াধীশ চন্দ্ৰচুড় সম্পূৰ্ণ নিৰপেক্ষ আছিল। তেওঁৰ কাষত থাকিবলৈ পাও মই সদায় সুখী। তেওঁৰ অতুলনীয় বুদ্ধিমত্তা আৰু নিৰপেক্ষ বিচাৰ-বিবেচনাৰ ওপৰত আমাৰ কেতিয়াও কোনো সন্দেহ নাছিল।

 

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক অসীম ধৈৰ্য্যৰ গৰাকী বুলি অভিহিত কৰে। এনে ধৈৰ্য্য বিচাৰ মই কেতিয়াও কাৰো মাজত দেখা নাই বুলিও ছিবালে মন্তব্য কৰে।

Recent News

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

বাৰিষাত মৃত্যু উপত্যকালৈ পৰিণত হিমাচল! ভূমিস্খলন আৰু বানত ১১৬ জন লোকৰ এমাহত মৃত্যু, লোকচান ১,২৩০ কোটি টকা

বাৰিষাত মৃত্যু উপত্যকালৈ পৰিণত হিমাচল! ভূমিস্খলন আৰু বানত ১১৬ জন লোকৰ এমাহত মৃত্যু, লোকচান ১,২৩০ কোটি টকা

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ; জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ; জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd