• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-পাকিস্তানৰ পৰমানু যুদ্ধ হ’লে মৃত্যু হ’ব ১০ কোটি লোকৰ; চাঞ্চল্যকৰ প্ৰতিবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2019 2:12 pm
015727D3000004B0-3588721-image-a-50_1463137508201 nb

প্ৰতিনিধিত্বমূলক ফটো। উৎস : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰত ৩৭০ ধাৰা প্ৰত্যাহাৰ তথা বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পাছৰে পৰা পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানে প্ৰায়েই যুদ্ধৰ ভাবুকি দিবলৈ লৈছে।

পৰোক্ষ পৰমানু যুদ্ধৰ কথা উল্লেখ কৰি পাক প্ৰধান মন্ত্ৰী গৰাকীয়ে কৈছে যে দুয়োখন দেশেই পৰমানু ক্ষমতাৰ অধিকাৰী। প্ৰয়োজন হ’লে ইছলামাবাদে পৰমানু অস্ত্ৰ প্ৰয়োগ কৰিবলৈ দ্বিধা নকৰে।

Apply Now

ইপিনে, বাধ্য হৈ ভাৰতেও চলাব পাৰে পৰমানু আক্ৰমণ। কিন্তু দেশ দুখনৰ এই পৰমানু যুদ্ধৰ ফল কি হ’ব?

মাৰ্কিন সমীক্ষকসকলে এনে যুদ্ধৰ পৰিণতি কি হ’ব পাৰে সেয়া বিশ্লেষণ কৰি  চাইছে। কোৱা হৈছে সেয়া হ’লে মুহূৰ্তৰ ভিতৰতে প্ৰাণ হেৰুৱাব ১০ কোটি লোকে।

চলিত বছৰৰ শেহতীয়া হিচাপ মতে দুয়োখন দেশৰ লগত ১৪০ৰ পৰা ১৫০টা পৰমানু অস্ত্ৰ আছে। ২০২৫’ত এই অস্ত্ৰৰ সংখ্যা ২০০ৰ পৰা ২৫০ লৈকে বৃদ্ধি পাব।

যুদ্ধ হ’লে দুয়োখন দেশেই এই পাৰমানৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব। ইয়াৰ ফলত সৃষ্টি হ’ব এক ভয়ংকৰ পৰিস্থিতিৰ।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ছায়েন্স এডভান্স নামৰ জাৰ্ণেলত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে পৰমানু যুদ্ধ হ’লে কেৱল ভাৰত আৰু পাকিস্তানেই নহয়, গোটেই বিশ্বতেই পৰিব মাৰাত্মক প্ৰভাৱ।

সমগ্ৰ বিশ্বতেই খাদ্য সংকটে দেখা দিব। অনাহাৰত মৃত্যু মুখত পৰিব বহু লোক।

বিজ্ঞানী সমীক্ষক সকলে জানিব দিয়ে যে আকাশত ১ কোটি ৬০ লাখৰ পৰা ৩ কোটি ৬০ লাখ টন পৰিমানৰ ক’লা কাৰ্বণ কণা সিঁচৰিত হৈ পৰিব।

সেই প্ৰদূষণে সমগ্ৰ পৃথিৱীৰ আকাশ ছানি ধৰিব। সৃষ্টি হ’ব কাৰ্বণ কণাৰ স্তৰ আৰু ইয়াত বাধাপ্ৰাপ্ত হ’ব সূৰ্যৰ ৰশ্মি। তীব্ৰভাৱে হ্ৰাস পাব তাপমাত্ৰা।

বিজ্ঞানীসকলে স্পষ্ট কৰি কৈছে যে পৰমানু যুদ্ধ হ’লে সমগ্ৰ বিশ্বতে দুইৰ পৰা পাঁচ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হ্ৰাস পাব।

একেদৰে বৰষুণৰ পৰিমান ১৫-৩০ শতাংশ হ্ৰাস পাব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব কৃষিত। পানীৰ নাটনি হোৱাৰ উপৰি অনাহাৰত মৃত্যুৰ সন্মুখীন হ’ব বহু লোক।

কলোৰাডো বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানী ব্ৰায়ান টুনে কয় যে অকল কোটি কোটি মানুহ মৃত্যু মুখত পৰাই নহয়, সমগ্ৰ বিশ্বতে সৃষ্টি হ’ব শীত প্ৰবাহৰ। পৃথিৱীত প্ৰাগ ঐতিহাসিক কালৰ বৰফৰ যুগৰ শীত নামি আহিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd