DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোনোবাই যদি WhatsAppত আপোনাক ব্ল’ক কৰে, তেতিয়া কিদৰে তেওঁক মেচেজ কৰিব?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 9:02 am
1594022479_wdfdgvd

প্ৰতিনিধিত্বমূলক ফটো।

7.7k
VIEWS
Share on FacebookShare on Twitter

আপোনাৰ বন্ধু নাইবা কোনো পৰিয়ালৰ সদস্যই যদি WhatsAppত আপোনাক ব্ল’ক কৰে, তেতিয়া চিন্তা নকৰিব।

জানি লওক এক বিশষ উপায়, কিধৰণে আপুনি আপোনাক ব্ল’ক কৰা সেই য়ুজাৰজনক মেচেজ কৰিব পাৰে।

এতিয়া প্ৰক্ৰিয়াটো জানক…

ব্ল’ক কৰা য়ুজাৰজনক এটা মেচেজ দিবলৈ আপুনি নিজৰ আৰু তেওঁৰ উমৈহতীয়া বন্ধু বা পৰিয়ালৰ সদস্যৰ সহায় ল’ব লাগিব।

তেতিয়াহে আপুনি সেই য়ুজাৰজনক এটা মেচেজ পঠিয়াব পাৰিব আৰু আপোনাৰ মতামত জনাব পাৰিব।

সেয়া কৰাৰ পাছত আপোনাৰ বা পৰিয়ালৰ সদস্য(উমৈহতীয়া য়ুজাৰ)ই এটা WhatsApp গ্ৰুপ খুলিব লাগিব।

এই গ্ৰুপটোত আপুনি থাকিব, আপোনাৰ উমৈহতীয়া বন্ধু বা পৰিয়ালৰ সদস্য থাকিব আৰু আপোনাক ব্ল’ক কৰা সেই য়ুজাৰজনো থাকিব।

আপোনাৰ বন্ধুক কওক যে আপোনাক ব্ল’ক কৰা ব্যক্তিজনকো যাতে গ্ৰুপটোত ৰখা হয়।

এইটো আপোনাৰ বাবে শুনিবলৈ কিছু ধেমালি যেন লাগিব পাৰে যদিও আপোনাৰ যিজন বন্ধুৱে গ্ৰুপটো খুলিব তেওঁ গ্ৰুপটোৰ পৰা আঁতৰি যাব।

এতিয়া আপুনি আৰু এই গ্ৰুপটোৰ আপোনাৰ বন্ধু বা পৰিয়ালৰ সদস্যই আপোনাক ব্ল’ক কৰা ব্যক্তিজনক চেভ কৰিব।

এতিয়া আপুনি বন্ধু বা পৰিয়ালৰ সদস্যক গ্ৰুপটোলৈ মেচেজ পঠিয়াবলৈ পতিয়ন নিয়াব পাৰে।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd