সাৱধান হওক; ৯ টা নিয়ম মানি নচলিলে ব্লক কৰিব আপোনাৰ ফেচবুক একাউণ্ট! জানিবলৈ পঢ়ক

facbook

সামাজিক মাধ্যম হিচাপে বিশ্বত আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈছে ফেচবুক। ফেচবুকে কিছুমান কঠোৰ নিয়ম বলৱৎ কৰিছে। যিবোৰ নিয়ম মানি নচলিলে ফেচবুকে ব্লক কৰি দিব পাৰে আপোনাৰ ফেচবুক একাউন্ট।

সামাজিক মাধ্যম হিচাপে ফেচবুকৰ সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা আছে। ফেচবুকে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে ৯ টা কঠোৰ নিয়ম বলৱৎ কৰিছে।