• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2025 7:42 pm
822
VIEWS
Share on FacebookShare on Twitter

দেশৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান আইআইটি, গুৱাহাটীলৈ সুখবৰ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত নেটৱৰ্ক চমুকৈ CYPANৰ কাৰ্যবাহী সমিতিৰ পদৰ বাবে হিচাপে নিৰ্বাচিত হৈছে আইআইটি, গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল। জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ বি টেক চতুৰ্থ তথা চূড়ান্ত বৰ্ষৰ ছাত্ৰী সুকন্যা।

মেধাৱী ছাত্ৰীগৰাকীক হিংসাত্মক কাৰ্যকলাপ, উগ্ৰবাদ আদি প্ৰতিহত কৰাৰ লগতে শান্তি আৰু সম্প্ৰীতিৰ বাণী প্ৰসাৰৰ বাবে নিৰ্বাচিত কৰিছে কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত কাৰ্যনিৰ্বাহক সমিতিয়ে। উল্লেখ্য যে কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত কাৰ্যনিৰ্বাহক সমিতিয়ে ২০২৫-২০২৭ দুটা বৰ্ষৰ বাবে তেওঁক এই দায়িত্ব প্ৰদান কৰিছে। ছাত্ৰীগৰাকীয়ে অহা দুবছৰত কমনৱেলথ দেশসমূহৰ বাবে যোগাযোগ আৰু জনসংযোগত কাম কৰিব। উল্লেখযোগ্য যে CYPAN হৈছে যুৱক-যুৱতীৰ নেতৃত্বত লোৱা এক পদক্ষেপ, যিয়ে ৫৬খন সদস্য ৰাষ্ট্ৰত হিংসাত্মক উগ্ৰবাদক প্ৰতিহত কৰাৰ লগতে শান্তি, সন্মান আৰু বুজাবুজিৰ প্ৰসাৰৰ বাবে কাম কৰে।

উল্লেখ্য যে, তিনিটা পৰ্যায়ৰ কঠোৰ বাছনি প্ৰক্ৰিয়াৰ মাজেৰে এই দায়িত্বৰ বাবে নিৰ্বাচিত হয় মেধাৱী ছাত্ৰী সুকন্যা সোণোৱাল। তেওঁ লখিমপুৰ জিলাৰ ডঃ টিকেন্দ্ৰ সোণোৱালৰ কন্যা।

Recent News

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd