• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইআইটি মাদ্ৰাজৰ নতুন আৱিষ্কাৰ: ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপৰ আগতীয়া সংকেত দিব হৃদস্পন্দন-মগজুৰ তৰংগই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2025 4:45 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইআইটি মাদ্ৰাজৰ বিজ্ঞানীসকলে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰী কিমান নাৰ্ভাছ বা মানসিক চাপত প্ৰভাৱিত হ‘ব পাৰে, সেইটো আগতীয়াকৈ ধৰা পেলাব পৰাকৈ এটা নতুন বিজ্ঞানভিত্তিক পদ্ধতি উন্মোচন কৰিছে। এই পদ্ধতিয়ে শিক্ষক আৰু অভিভাৱকসকলক সময়মতে সন্তানৰ মানসিক অৱস্থা বুজি ব্যক্তিগত সহায় আগবঢ়াবলৈ সক্ষম হ’ব। এই গৱেষণামূলক অধ্যয়ন Behavioural Brain Research নামৰ বিশ্বজনীন বিজ্ঞান আলোচনীত প্ৰকাশিত হৈছে।

পৰীক্ষাৰ উদ্বেগে কেনেকৈ প্ৰভাৱ পেলায় ছাত্ৰ-ছাত্ৰীসকলক?

২০২২ চনৰ এনচিইআৰটি প্ৰতিবেদন অনুসৰি, ভাৰতৰ প্ৰায় ৮১% ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ আশংকাৰ বাবে মানসিক চাপৰ শিকাৰ হয়। ফলত মনোযোগ দুৰ্বল হয়, শাৰীৰিক-মানসিক অসুবিধাৰ সৃষ্টি হয়, দীৰ্ঘম্যাদী মানসিক চিন্তাৰ সম্ভাৱনা বৃদ্ধি পায়। অৱশ্যে কিছুমান ছাত্ৰ-ছাত্ৰী চাপৰ মাজতো ভালদৰে পঢ়া-শুনা কৰিব পাৰে, কিন্তু আন কিছুমান একেবাৰে থমকি ৰয় বা পঢ়া-শুনা কৰাত সমস্যাৰ সন্মুখীন হয়।

Apply Now

আই আই টি মাদ্ৰাজৰ গৱেষকসকলে কথা বা আচৰণৰ সলনি শৰীৰৰ বাস্তৱ জৈৱিক প্ৰতিক্ৰিয়া পৰীক্ষা কৰি চিন্তা জোখ কৰিব পৰা নতুন বিজ্ঞানভিত্তিক উপায় উদ্ভাৱন কৰে। গৱেষকসকলে দুটা মুখ্য সূচকেৰে চাপ জোখ কৰিছিল—

১) মগজুৰ তৰংগ — Frontal Alpha Asymmetry (FAA) ই দেখুৱায় মানুহে নিজৰ অনুভৱক কেনেদৰে নিয়ন্ত্ৰণ কৰে। ঋণাত্মক FAA থকা ছাত্ৰ-ছাত্ৰীয়ে অধিক উদ্বেগ অনুভৱ কৰে।

২) হৃদস্পন্দনৰ পৰিৱৰ্তন — Heart Rate Variability (HRV) চাপ বৃদ্ধি হ’লে হৃদস্পন্দনৰ পৰিৱৰ্তন কম হয়। নিয়ন্ত্ৰণ কম হ’লে ছাত্ৰ-ছাত্ৰী অধিক নাৰ্ভাছ হৈ পৰে।

গৱেষণাত দেখা যায়, ঋণাত্মক FAA থকা ছাত্ৰ-ছাত্ৰীৰ HRV অধিক দুৰ্বল, অৰ্থাৎ তেওঁলোকে পৰীক্ষাৰ চাপত সহজেই ভয় বা সংকোচ অনুভৱ কৰে।

গৱেষকসকলৰ ব্যাখ্যা:

প্ৰকল্পৰ মুখ্য গৱেষক ভেংকটেশ বালাসুব্ৰমণীয়ে কয় যে “এয়া কেৱল মনৰ চিন্তা নহয়। ই মগজু আৰু হৃদযন্ত্ৰৰ মাজৰ সৰল কিন্তু স্পষ্ট সংযোগ যাক আমি বৈজ্ঞানিকভাৱে জুখিব পাৰোঁ।”

সহ-গৱেষক স্বাথী পৰমেশ্বৰনে লগতে যোগ কৰে যে, “এআই ভিত্তিক সঁজুলিয়ে প্ৰকৃত সময়ত এই চাপৰ সংকেত চিনাক্ত কৰিব। শিক্ষক বা অভিভাৱকে ল’ৰা-ছোৱালী বিচলিত হোৱাৰ আগতেই সকীয়াই দিব।”

ভৱিষ্যতৰ বিদ্যালয়-ব্যৱস্থাপনাৰ লক্ষ্য:

এই আৱিষ্কাৰ ব্যৱহাৰ কৰি বিদ্যালয়সমূহে ব্যক্তিগত মানসিক চাপ হ্ৰাসৰ পৰিকল্পনা যেনে ধ্যান, সঠিক উশাহ-নিশাহৰ অভ্যাস, খেলাধুলা, বিশ্ৰাম, আৰু সুস্থ সূচী আদি আগবঢ়াব পাৰিব। এই বিশেষ গৱেষণাত প্ৰথমতে ৫২ জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল। ভৱিষ্যতে দলটোৱে অধিক সংখ্যক অংশগ্ৰহণকাৰীৰ টোপনি আৰু দৈনন্দিন অভ্যাসৰ বিশ্লেষণৰ লগতে উন্নত মগজু স্কেনিং প্ৰযুক্তি ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

আই আই টি মাদ্ৰাজৰ এই উদ্যোগে মগজু বিজ্ঞানক বিদ্যালয়-জীৱনৰ সৈতে সংযুক্ত কৰিছে। ই ভবিষ্যতে ভাৰতৰ লাখ লাখ ল’ৰা-ছোৱালীৰ পৰীক্ষাৰ মানসিক চাপ হ্ৰাস কৰি সু-স্বাস্থ্যপ্ৰদ শিক্ষা পৰিৱেশ গঢ়াত এক ডাঙৰ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm
বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

June 25, 2026 5:11 pm
বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

June 25, 2026 4:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd