• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাকাশৰ পৰা অসমৰ কমাৰগাঁৱত খহি পৰা উল্কাপিণ্ডকলৈ ৰোমাঞ্চকৰ তথ্য উদ্ঘাটন কৰিছে খড়গপুৰ আইআইটিৰ গৱেষকে

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2021 11:36 am
biR-nSJR
847
VIEWS
Share on FacebookShare on Twitter

বিশাল মহাকাশৰ নানান ৰহস্যই প্ৰতিদিনেই মানুহক বিস্ময়াভূত কৰি আহিছে। মহাকাশৰ পৰা উফৰি আহি অসমৰ কমাৰগাঁৱত পৰা এটা উল্কাপিণ্ডকলৈও বহুতৰে মনত কৌতূহলৰ সৃষ্টি হৈ আহিছে।

দিনটো আছিল ২০১৫ চনৰ ১৩ নৱেম্বৰ। সেই দিনটোতে অসমৰ কমাৰগাঁৱত আহি পৰিছিল এটা উল্কাপিণ্ড। সেই উল্কাপিণ্ডটোকলৈ এতিয়া বিস্তৰ গৱেষণা তথা অধ্যয়ন চলাইছে খড়গপুৰ আইআইটিক এদল গৱেষক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকে।

খড়গপুৰ আইআইটিৰ গৱেষকৰ দলটোৱে কমাৰগাঁৱত আহি পৰা উল্কাপিণ্ড়টোৰ পৰা পৃথিৱীৰ জন্ম ৰহস্যৰ কিবা তথ্য পাব পাৰি নেকি সেয়া অধ্যয়ন কৰিছে।

গৱেষকৰ দলটোৱে চলোৱা গৱেষণাত এই কথা স্পষ্ট হৈ পৰিছে যে উল্কাপিণ্ডটো যি পদাৰ্থৰে গঠিত সেয়া পৃথিবীৰ খোলাটোৰ ঠিক তলতে থকা ভূগৰ্ভৰ মেণ্টল স্তৰত পোৱা পদাৰ্থৰ সৈতে একে।

পৃথিৱীৰ খোলাটোৰ তলত প্ৰায় ২,৯০০ কিলোমিটাৰ ব্যাপি আছে এই মেণ্টল স্তৰ। পৃথিৱীৰ ভূগৰ্ভত থকা পদাৰ্থৰ প্ৰায় ৮৪ শতাংশ অধিকাৰ কৰি আছে মেণ্টল স্তৰে।

এই স্তৰৰ শিলত পোৱা যায় অলিভিন নামৰ এক পদাৰ্থ, যিবিধ পদাৰ্থ অসমত আহি পৰা উল্কাপিণ্ডটোতো পোৱা গৈছে।

আইআইটিৰ গৱেষকৰ দলটোৰ অন্যতম ডঃ সুজয় ঘোষে প্ৰকাশ কৰা মতে উল্কাপিণ্ডত অলিভিনৰ উপস্থিতি থকাৰ কথা এয়াই প্ৰথম।

এনে পদাৰ্থ অতি উচ্চ তাপ আৰু চাপত গলি যায়। উল্কাপিণ্ডটোও অতি উচ্চ তাপৰ মাজৰ পৰা পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে পৃথিৱীলৈ নামি আহিছিল বুলি তেওঁ কয়।

এনেধৰণৰ উল্কাপিণ্ডক L6 chondrite শ্ৰেণীৰ উল্কা বুলি কোৱা হয়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd