DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘মাটিৰ লগত মিলাই দিম মাফিয়াক’, বিধানসভাৰ মজিয়াৰ পৰাই মুখ্যমন্ত্ৰী যোগীৰ হুংকাৰ

উল্লেখ্য, ২০০৫ চনত বহুজন সমাজ পাৰ্টিৰ বিধায়ক ৰাজু পালৰ হত্যাকাণ্ডৰ মূল সাক্ষী উমেশ পালক শুকুৰবাৰে সন্ধিয়া প্ৰয়াগৰাজৰ বাসগৃহত গুলীয়াই হত্যা কৰা হয়। ইয়াৰ পিছত বিৰোধীয়ে যোগী চৰকাৰক আক্ৰমণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2023 5:20 pm
62
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ বিধানসভাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰথমবাৰৰ বাবে প্ৰয়াগৰাজ হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উমেশ পাল হত্যাকাণ্ড সন্দৰ্ভত বিৰোধীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰতি সঁহাৰি জনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অতিশয় ক্ষুব্ধ হৈ উঠা দেখা গ’ল।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিৰোধীক আক্ৰমণ কৰি কয়, “এই অপৰাধী আৰু মাফিয়াক কোনে লালন–পালন কৰিছে? যিজন ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে, তেওঁক এছপিয়ে সাংসদ কৰা কৰা নাছিল নে? অপৰাধীক লালন–পালন কৰি এতিয়া আপোনালোকে তামাছা কৰিছে। আমি এই মাফিয়াক মাটিত মিহলাই দিম।”

উল্লেখ্য, ২০০৫ চনত বহুজন সমাজ পাৰ্টিৰ বিধায়ক ৰাজু পালৰ হত্যাকাণ্ডৰ মূল সাক্ষী উমেশ পালক শুকুৰবাৰে সন্ধিয়া প্ৰয়াগৰাজৰ বাসগৃহত গুলীয়াই হত্যা কৰা হয়। ইয়াৰ পিছত বিৰোধীয়ে যোগী চৰকাৰক আক্ৰমণ কৰিছে।

সদনত প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ আৰু যোগী আদিত্যনাথৰ মাজতো এক উত্তপ্ত বিতৰ্কৰ সূত্ৰপাত হয়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰামচৰিত মানস বিতৰ্কক লৈ সমাজবাদী পাৰ্টিক আক্ৰমণ ধৰি কয় যে এখন পবিত্ৰ গ্ৰন্থ ফালি জ্বলাই দিয়া হৈছে, সেয়া সনাতন ধৰ্মৰ অপমান নহয়নে? মুখ্যমন্ত্রীয়ে বিবাদিত চতুর্ভুজটোৰ অর্থও ব্যাখ্যা কৰে, যাৰ ওপৰত বিবাদ আৰম্ভ হৈছিল৷

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰু কয় যে এইসকল লোক (সমাজবাদী পাৰ্টি) পেছাদাৰী মাফিয়াৰ পৃষ্ঠপোষক। মাফিয়া যিয়েই নহওক কিয়, আমাৰ চৰকাৰে ৰাজ্যত ‘মাফিয়াৰাজ’ক প্ৰশ্চয় নিদিয়ে। তেওঁ কয় যে সমাজবাদী পাৰ্টিৰ সহায়ত অভিযুক্ত আতিক আহমেদ সাংসদ আৰু বিধায়ক হৈছিল।

Recent News

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd