• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 1:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গভীৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব থকাৰ পিছতো হাবুঙে বহু বছৰ ধৰি বেদখলৰ সমস্যাৰ সন্মুখীন হৈ আহিছে।   ধেমাজিৰ হাবুঙ-হালুং-হোফীত বেদখল কৰা ঐতিহাসিক ভূমি পুনৰ উদ্ধাৰৰ দাবীত স্থানীয় ৰাইজে শেহতীয়াকৈ এখন গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই হাবুঙ অঞ্চলটো স্বৰ্গদেউ ছুই-কা-ফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল।

উক্ত বৈঠকখন ধেমাজিৰ প্ৰায় ১০০জন বাসিন্দাৰ উপস্থিতিত অনুষ্ঠিত হয়। এই বৈঠকৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ ফুকনে আৰু আয়োজন কৰে হাবুঙ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সম্পাদক বাবুল বুঢ়াগোহাঁইয়ে।

Apply Now

বৈঠকত আলোচ্য বিষয় আছিল হাবুঙৰ ভিতৰত ৰাজহ-অধীন বৃহৎ পৰিমাণৰ মাটি অবৈধভাৱে একাংশ লোকে দখল কৰি থকাৰ সন্দৰ্ভত যি চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ কাৰ্যকৰী ৰূপায়ণত বাধা সৃষ্টি কৰি আহিছে।

আলোচনাৰ অন্তত সভাত সিদ্ধান্ত লোৱা হয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰি সমস্যাটোৰ সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰি বেদখল কৰা মাটিখিনি পুনৰ উদ্ধাৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ ল’বলৈ অনুৰোধ জনোৱা হ’ব।

সভাত উপস্থিত থাকে হাবুঙ উন্নয়ন আৰু পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি উমেশ চেতিয়া, উপদেষ্টা ড০ পুস্পা গগৈ, বিমল ৰাজখোৱা, বিকাশ বৰুৱা, যুগল হাণ্ডিক, থানেশ্বৰ বৰুৱা আদি বহু বিশিষ্ট ব্যক্তি।

ৰাজহ বিভাগৰ নথি অনুসৰি হাবুঙত মুঠ ২৮৫ বিঘা মাটি আছিল, কিন্তু শেহতীয়া ৰাজহ চক্ৰৰ ভূমি-অভিলেখ অনুসৰি ১০০ বিঘাৰো অধিক মাটি অবৈধভাৱে দখল কৰি লোৱা হৈছে। এই সন্দৰ্ভত হাবুঙ উন্নয়ন আৰু পৰিচালনা সমিতিয়ে বেদখলকাৰীৰ সৈতে বহুবাৰ আলোচনা চলাইছে, যদিও এতিয়ালৈকে কোনো স্থায়ী সমাধান উলিয়াব পৰা নাই।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে হাবুঙক এখন পৰ্যটনকেন্দ্ৰ হিচাপে উন্নীত কৰিবলৈ ইতিমধ্যে ১১ কোটি টকাৰো অধিক অনুদান আগবঢ়াইছে, যাৰ সফল ৰূপায়ণৰ বাবে বেদখল হোৱা ভূমিখিনি উদ্ধাৰ কৰাটো একান্ত প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd