DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

নিউ বঙাইগাঁও ৰে’লৱে জংচনত ৰে’লৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 26, 2022 2:46 pm
145
VIEWS
Share on FacebookShare on Twitter

ৰে’লযোগে বহিঃ ৰাজ্যলৈ সৰবৰাহ হৈ আছে অবৈধ বাৰ্মিজ চুপাৰি ৷ বৰ্তমানো বন্ধ হোৱা নাই অবৈধ চুপাৰিৰ বেহা ৷

শেহতীয়াকৈ বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছৰ পৰা বহিঃ ৰাজ্যলৈ গোপনে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ সন্দেহজনক অবৈধ বাৰ্মিজ চুপাৰি জব্দ হয় ৷

নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ ৰে’লৱে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ সহযোগত চলোৱা যৌথ অভিযানত নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক বাৰ্মিজ চুপাৰিখিনি জব্ধ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে দিল্লী অভিমুখী নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছখন আহি নিউ বঙাইগাঁও ৰে’লৱে জংচনত অৱস্থান কৰাৰ পিচতে আগতীয়াকৈ লাভ কৰা গোপন সূত্ৰৰ পমখেদি ৰে’লৱে আৰক্ষীয়ে নিউ বঙাইগাঁও আৰক্ষীৰ সহযোগত ৰে’লখনৰ দবাত অভিযান চলায় ৷

এই অভিযানৰ সময়তে বহিঃ ৰাজ্যলৈ অবৈধভাৱে সৰবৰাহৰ কৰা বাবে ৭১ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰি জব্দ কৰা বুলি নিউবঙাইগাঁও জংচনৰ ৰে’লৱে আৰক্ষী বিষয়া সঞ্জীৱ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ চৰকাৰী ৰে’লৱে আৰক্ষী বিষয়া চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ৷

এক চোৰাং চক্ৰই নাগালেণ্ডৰ ডিমাপুৰত চুপাৰিৰ বস্তাসমূহ অৱধ আছাম এক্সপ্ৰেছত উঠাইছিল আৰু বহিঃৰাজ্যলৈ বুলি কঢ়িয়া লৈ গৈ আছিল ৷ এই সংক্ৰান্তত চৰকাৰী ৰে’লৱে আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

Recent News

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd