• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন মাফিয়াৰ দৌৰাত্ম্য! বনকৰ্মীক প্ৰাণে মৰাৰ ভাবুকি দি কাঢ়ি নিলে বাহনসহ চোৰাং কাঠ

নীলমনি শর্মা by নীলমনি শর্মা
July 19, 2020 7:14 am
Screenshot_2020-07-18-14-41-13-797_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি ৷ শেহতীয়াকৈ জিলা খনৰ কৃষ্ণাইত এদল চোৰাং কাঠ ব্যৱসায়ীয়ে  বনকৰ্মীক প্ৰাণে মৰাৰ ভাবুকি দি বাহন সহ চোৰাং কাঠ লৈ উধাও হোৱা ঘটনাই জিলা খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শূন্য সহনশীলতা যেন এতিয়া ফুটুকাৰ ফেন! চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনিত যেন কম্পমান বিয়াগোম গোৱালপাৰাৰ বন বিভাগ ৷

Apply Now

অৱশ্যে জিলাবাসীৰ বাবে এয়া কোনো নতুন অভিজ্ঞতাৰ কথা নহয় ৷

জিলা বন বিষয়াৰ জ্ঞাতসাৰে বিগত কেইবাবছৰৰ পৰা এনে দৰে বন ধ্বংসৰ অভিযান চলি থকা আৰু শকত কমিচনৰ অংকত বন বিভাগ নিমাত হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

শেহতীয়া তথ্য মতে কৃষ্ণাই মধ্যাঞ্চলিক বন বিষয়া শিৱানী পেগুৱে  এক গোপন সুত্ৰৰ পম খেদি কৃ্ষ্ণাইৰ শালপাৰত অভিযান চলাই এক বৃহৎ পৰিমানৰ চোৰাং কাঠ সহ এখন গাড়ী জব্দ কৰে ৷

জব্দ কৰা কাঠ সহ গাড়ী খন কাৰ্যালয়লৈ আনি থকা অৱস্থাত  খোদ বন বিভাগৰ লোকক প্ৰাণে মৰাৰ ভাবুকি দি চোৰাং কাঠৰ বাহন লৈ চোৰাং কাঠ ব্যৱসায়ী উধাও হয় ৷

এদিন পূৰ্বে কৃষ্ণাই বন বিভাগে কৰায়ত্ত কৰিছিল চোৰাং কাঠসহ এখন বাহন।

বাহন খনত উঠি দুজন বনকৰ্মীয়ে বনাঞ্চলিক কাৰ্যালয়লৈ নি থকাৰ সময়তে কৃষ্ণাই নৈৰ দলঙৰ কাষত কাঠ ব্যৱসায়ী আৰু বাহনৰ চালকে বনকৰ্মী দুজনক মাৰপিট কৰি বাহন দুৰ্ঘটনাগ্ৰস্ত কৰি দুয়োকে হত্যা ভাবুকি দি গাড়ীৰ নমাই দিয়ে।

কাঠ ব্যৱসায়ীৰ দলটোৱে চোৰাং কাঠ সহ বাহনখন লৈ কৃষ্ণাইৰ ভেল্টাৰঘাৰৰ ফালেৰে মেঘালয় অভিমুখে পলায়ন কৰে।

ইয়াৰ পাছতে বনাঞ্চলিক বিষয়া শিৱানী পেগুয়ে কৃষ্ণাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিত পলায়ন কৰা বাহনখন আৰু কাঠখিনি কৃষ্ণাই আৰক্ষীয়ে উদ্ধাৰ  কৰিবলৈ সক্ষম হয় যদিও কাঠ ব্যৱসায়ী আৰু চালকক ৰহস্যজনকভাৱে এতিয়াও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

এই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে কাঠ ব্যৱসায়ীৰ দপদপনিৰ কথা পোহৰলৈ আহিছে।

এই ক্ষেত্ৰত জিলা বনবিভাগ আৰু আৰক্ষী প্ৰশাসনে পৰৰ্ৱতী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব!

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd