DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ বাগৰিত কলিকতা অভিমুখি চাৰিখন ট্ৰাকৰ পৰা চোৰাং চেগুন কাঠ জব্দ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 19, 2019 10:18 pm
কাজিৰঙাৰ বাগৰিত কলিকতা অভিমুখি চাৰিখন ট্ৰাকৰ পৰা চোৰাং চেগুন কাঠ জব্দ
527
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বনাঞ্চলৰ ধ্বংসকাৰ্য। বহিঃ ৰাজ্যলৈ সংগোপনে সৰবৰাহ হৈ আছে বহু মূল্যবান বনজ সম্পদ। কাজিৰঙাৰ বাগৰিত আজি আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমানৰ মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

এক বিশেষ সূত্ৰৰ আধাৰত জখলাবন্ধাৰ আৰক্ষীয়ে বাগৰিত থকা আৰক্ষী চকীৰ সহযোগত আজি অঞ্চলটোত অভিযান চলাই বৃহৎ পৰিমানৰ মূল্যবান চেগুন কাঠভৰ্তি চাৰিখন ১০ চকীয়া ট্ৰাক জব্দ কৰে।

আৰক্ষীয়ে জনোৱা মতে প্লাই বৰ্ডৰ চালানসহ ডিমাপুৰৰ পৰা কলিকতালৈ বুলি গৈ থকা ট্ৰাককেইখনত চেগুন কাঠখিনি প্লাই বৰ্ডৰ তলত লুকুৱাই অনা হৈছিল। আৰক্ষীয়ে ট্ৰাককেইখনত তালাচী চলোৱা সময়ত চেগুন কাঠখিনি উদ্ধাৰ হয়।

প্লাই বৰ্ডৰ তলত চোৰাং চেগুন কাঠ অনা ট্ৰাক কেইখনৰ পঞ্জীয়ন নম্বৰ হ’ল ক্ৰমে এম এল-০৬-টি-১৩২৫, এন এল-০১-এ ডি-০৬৯৭, এন এল-০১-এ ডি-২২৬৯, এন এল-০১-এ ডি-২২৭৩।

জব্দ কৰা চোৰাং চেগুন কাঠখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি জখলাবন্ধাৰ আৰক্ষীয়ে জানিবলৈ দিছে।

এই সম্পৰ্কত জখলাবন্ধাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ট্ৰাককেইখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰাৰ লগতে অধিক তথ্যৰ বাবে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে বুলি সদৰী কৰে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd