• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাপৰত অবৈধ ভাবে সৰবৰাহ কৰা কাঠ, বিলাসীপাৰাত অবৈধ তেল জব্দ

তিলক প্ৰসাদ by তিলক প্ৰসাদ
May 8, 2021 7:32 pm
truck
223
VIEWS
Share on FacebookShare on Twitter

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰত   চাপৰ আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ হয়  AS 25EC 0625 নম্বৰৰ কাঠ ভৰ্তি এখন ট্ৰাক।

কেবা লাখ টকাৰ কাঠ বজাই এই গাড়ীখন মেঘালয়ৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত  ধৰা পৰে বুলি চাপৰ থানাৰ অচি প্ৰণৱ দলেই জানিবলৈ দিছে ।

উল্লেখ্য যে উক্ত কাঠৰ গাড়ীখন বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মখেৰে নিৰ্বিঘ্নে পাৰ হৈ আহিল যদিও বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ কোনো এজন কৰ্মচাৰীৰে চকুত নপৰিল কাঠ ভৰ্তি ট্ৰাকখন।

ইয়াকে লৈ সচেতন মহলৰ মাজত বন-বিভাগক লৈ বু বু বা বা চলা পৰিলক্ষিত হৈছে । চাপৰ আৰক্ষীয়ে ইতিমধ্যে উক্ত কাঠৰ গাড়ীখন বহলপুৰ আঞ্চলিক বন বিভাগৰ ওচৰত গতাই দিছে।

ইপিনে পশ্চিম অসমৰ  বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি চলোৱা  অভিযান চলাই চাপৰৰ ফলিমাৰী গাঁৱৰ আজমল হক নামৰ এজন লোকৰ ঘৰৰ পৰা ১৩০ লিটাৰ পেট্ৰল আৰু ২৭০ লিটাৰ ডিজেল (মুঠ ৪০০ লিটাৰ পেট্ৰল আৰু ডিজেল) জব্দ কৰে।

tru12

জব্দ কৰা পেট্ৰল আৰু ডিজেল খিনি  অবৈধ ভাবে মজুত কৰি ৰাখিছিল বুলি  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই জানিবলৈ দিছে।

ইতিমধ্যে ঘটনা সংক্ৰান্তত আজমল হকক আটক কৰি চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে আজমল হক পুৰ্বেও অৱৈধ পেট্ৰল, ডিজেলৰ ব্যৱসায়ত জড়িত হৈ জেল খাটিবলগীয়া হৈছিল। জেলৰ পৰা ওলাই আহি পুনৰ একেটা ব্যৱসায়ত জড়িত হয় লোক জন ।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd