• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰচণ্ড গৰমে দহিব দেশৰ বিভিন্ন ৰাজ্য; সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2025 1:13 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্চ মাহৰ আৰম্ভণিৰ পৰাই ভাৰতৰ বিভিন্ন চহৰত গৰমে অভিলেখ ভংগ কৰিবলৈ আৰম্ভ কৰিব। ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)য়ে সতৰ্কবাণী জাৰি কৰিছে। ক’ব পাৰি যে এইবাৰ মাৰ্চ মাহতে আন সময়ৰ তুলনাত সকলোৱে গৰমৰ প্ৰকোপত পৰিব।

সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অলপ শীতৰ অনুভৱ হয়। মাৰ্চ মাহৰ মাজভাগলৈকে সকলোৱে মৃদু শীতকাল উপভোগ কৰে। কিন্তু এইবাৰ ছবিখন সম্পূৰ্ণ বেলেগ হ’ব। কেৱল দিনত তাপমাত্ৰা বেছি হোৱাই নহয়, ৰাতিও তাপমাত্ৰা বহু বেছি হ’ব।

Apply Now

মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত তাপমাত্ৰা ৪০ ডিগ্ৰী স্পৰ্শ কৰিব বুলি আই এম ডিয়ে প্ৰকাশ কৰিছে। পুনৰ কিছুমান ৰাজ্যত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব। ফলত এই সময়ছোৱাত খেতি কৰা কৃষিজাত সামগ্ৰীৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। অত্যধিক উষ্ণতাৰ ফলত পথাৰত খেতিপথাৰৰ শস্য মৰহি যাব। ফলত সেই শস্যসমূহ ৰপ্তানি কৰাটো অতি সমস্যাজনক হ’ব।

যোৱা বছৰৰ পৰা তাপমাত্ৰা বৃদ্ধি পাইছে। এইবাৰ উষ্ণতা আৰু বেছি হ’ব। ইয়াৰ ফলত ধান আৰু ঘেঁহুৰ খেতিত প্ৰত্যক্ষ প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে আই এম ডিয়ে। এই সময়ছোৱাত উত্তৰ আৰু মধ্য ভাৰতত ঘেঁহুৰ ৰপ্তানি প্ৰচুৰ। কিন্তু হঠাৎ উষ্ণতা বৃদ্ধিয়ে সেই প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব।

অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে বজাৰত কম দামত বিক্ৰী হোৱা শীতকালীন শাক-পাচলি অত্যধিক গৰমৰ ফলত নষ্ট হ’ব। বতৰ উষ্ণ হোৱাৰ লগে লগে শাক-পাচলিৰ দামো ভয়ংকৰভাৱে বৃদ্ধি পাব। ফলত সাধাৰণ জনতাই বৃহৎ সমস্যাৰ সন্মুখীন হ’ব।

 ইতিমধ্যে ফেব্ৰুৱাৰী মাহত আগৰ তুলনাত গৰম পৰিছে। মাৰ্চ মাহৰ পৰা বৃদ্ধি পাব গৰমৰ প্ৰকোপ। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ঘেঁহু উৎপাদনত পৰিব। তেতিয়া সময়ৰ লগে লগে তাপমাত্ৰা ক্ৰমাগতভাৱে বৃদ্ধি পাব। এই বছৰ লা নিনাই নিজৰ প্ৰভাৱ দেখুৱাব পৰা নাই। ফলত শীতকাল বেছি দিন নাথাকিল। এইবাৰ বিপৰীতে গৰম বতাহে সমগ্ৰ দেশৰ উষ্ণতা বহু পৰিমাণে বৃদ্ধি কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd