• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে, ৩ জুনলৈ অসমত হ’ব ধাৰাসাৰ বৰষুণ

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2021 9:58 pm
heavy-rainfall-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎকট গৰমে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত।বহু ঠাইত আহো আহোকৈয়ো অহা নাই শীতল বৰষুণ এজাক। পৰ্যাপ্ত বৰষুণৰ অভাৱত ৰাজ্যৰ বহু ঠাইৰ পথাৰত চিৰাল ফাঁট মেলাও দেখা গৈছে।

এনে সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যবাসীক দিছে এক আশাৰ খবৰ। ৰাজ্যবাসীক গৰমৰ পৰা সকাহ দিব পৰাকৈ ৩১ মে’ৰ পৰা ৩ জুনলৈ ৰাজ্য খনত হ’ব বৰষুণ।

Apply Now

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি ৩১ মে’ৰ দিনা অসম আৰু মেঘালয়ৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই দিন কেইটাত বৰষুণৰ লগতে বতাহেও কোবাই যাব অসম তথা উত্তৰ পূবক।

১,২ আৰু ৩ জুনতো অসমৰ উপৰি নাগালেণ্ড.মণিপুৰ,মেঘালয় আৰু ছিকিমতো বিজুলী গাজনিৰে ধাৰাসাৰ বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

October 22, 2026 2:52 pm
খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

October 22, 2026 1:11 pm
ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am
বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

October 22, 2026 2:52 pm
খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

October 22, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd