• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণীবতাহ ‘মোন্থা’; মঙলবাৰৰ ভিতৰতে ভয়াৱহ ৰূপ লোৱাৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2025 9:12 am
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বংগোপসাগৰত পুনৰ সৃষ্টি হোৱাৰ পথত নতুন ঘূৰ্ণীবতাহ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে দক্ষিণ-পূব বংগোপসাগৰত যি গভীৰ নিম্নচাপ সৃষ্টি হৈছিল, সেইটোৱে অধিক শক্তি সঞ্চয় কৰি ভয়াৱহ ঘূৰ্ণীবতাহলৈ পৰিণত হৈছে। ইয়াৰ নাম ৰখা হৈছে ‘মোন্থা’ ।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা ১২ ঘণ্টাত এই ঘূৰ্ণীবতাহ অধিক প্ৰবল হ’ব। দক্ষিণ-পশ্চিম আৰু পশ্চিম-মধ্য বংগোপসাগৰত ই ক্ৰমান্বয়ে তীব্ৰ ৰূপ ধাৰণ কৰিব পাৰে। পূৰ্বাভাস অনুসৰি মঙলবাৰে পুৱাৰ ভিতৰত ই অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ ল’ব পাৰে।

Apply Now

এই ঘূৰ্ণীবতাহৰ নিৰ্দিষ্ট গতিপথ এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু বতৰ বিজ্ঞানীসকলৰ মতে মান্থাই শক্তি সঞ্চয় কৰি উত্তৰ-পশ্চিম দিশলৈ গতি কৰিব পাৰে। ইয়াৰ বাবে আগন্তুক কেইদিনমানৰ ভিতৰত অন্ধ্ৰ প্ৰদেশ, ওড়িশা, পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলীয় অঞ্চলত প্ৰবল বৰষুণ আৰু ধুমুহা সৃষ্টি হ’ব পাৰে।

বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক আগন্তুক কেইদিনমানৰ বাবে সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও উপকূলীয় অঞ্চলত ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে।

যদি মঙলবাৰৰ ভিতৰত ‘মোন্থা’ অতি ভয়াৱহ ঘূৰ্ণীবতাহলৈ পৰিণত হয়, তেন্তে ঘণ্টাত ১২০-১৩০ কিলোমিটাৰ পৰ্যন্ত ধুমুহা-বতাহৰ সম্ভৱনা আছে। ইয়াৰ ফলত গছ-গছনি উভালি পেলোৱা, বিদ্যুৎ বিচ্ছিন্ন হোৱা, শস্যৰ ক্ষতি আৰু ঘৰ-দুৱাৰৰ ক্ষতি হ’ব পাৰে।

ইতিমধ্যে সংশ্লিষ্ট এলেকাসমূহত সতৰ্কতা জাৰি কৰা হৈছে আৰু সজাগ হৈ থাকিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

তদুপৰি, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক সাজু কৰি ৰাখিছে। উপকূলীয় অঞ্চলত সাহায্য আৰু উদ্ধাৰ কামৰ বাবে বিশেষ দল নিয়োগ কৰা হ’ব পাৰে।

বংগোপসাগৰৰ ঘূৰ্ণীবতাহ ‘মোন্থা’ই কিমান শক্তি বৃদ্ধি কৰে আৰু আগন্তুক ২৪ ঘন্টাত কোন দিশলৈ গতি কৰে সেইটো উপকূলীয় ৰাজ্যসমূহে এতিয়া নিৰীক্ষণ কৰি আছে। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগ আৰু প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা আৰম্ভ কৰিছে।

এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ অসমত বিশেষ পৰাৰ সম্ভাৱনা নাই যদিও বতৰ ডাৱৰীয়া হোৱাৰ লগতে সাধাৰণ বৰষুণ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd