• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ অনিব কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2025 8:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিচাৰপতি যশৱন্ত বৰ্মাৰ বিৰুদ্ধে সংসদৰ অধিৱেশনত (জুলাই ২০২৫) মহাভিযোগ প্ৰস্তাৱ আনিবলৈ পৰিকল্পনা কৰিছে। তেওঁৰ দিল্লীৰ চৰকাৰী বাসগৃহত ১৪ মাৰ্চ, ২০২৫ তাৰিখে অগ্নিকাণ্ডৰ সময়ত জ্বলি যোৱা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰৰ ঘটনাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে। উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া তদন্ত সমিতিয়ে বিচাৰপতি বৰ্মাক দোষী সাব্যস্ত কৰিছে, যদিও প্ৰতিবেদনটো গোপনীয় ৰখা হৈছে। প্ৰাক্তন প্ৰধান বিচাৰপতি সঞ্জীৱ খান্নাই তেওঁক পদত্যাগৰ পৰামৰ্শ দিছিল, কিন্তু তেওঁ এই প্ৰস্তাব প্রত্যাখ্যান কৰিছে।

১৪ মাৰ্চত দিল্লীৰ বাসগৃহত অগ্নিকাণ্ডৰ সময়ত জ্বলি যোৱা নোটৰ বাণ্ডিল উদ্ধাৰ কৰাৰ পিছত বিচাৰপতি বৰ্মাক দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা এলাহাবাদলৈ স্থানান্তৰ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শৰ ভিত্তিত এই স্থানান্তৰ ২৮ মাৰ্চত কাৰ্যকৰী কৰা হৈছিল। তেওঁক বৰ্তমান কোনো ন্যায়িক কামৰ দায়িত্ব দিয়া হোৱা নাই। তিনিজনীয়া তদন্ত সমিতিৰ নেতৃত্বত আছিল পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি শীল নাগু, হিমাচল প্ৰদেশৰ প্ৰধান বিচাৰপতি জি.এছ. সন্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি অনু শিৱৰামন।

Apply Now

উল্লেখ্য যে মহাভিযোগ প্ৰস্তাৱ অনিবলৈ  ৰাজ্যসভাত ৫০ জন সদস্য বা লোকসভাত ১০০ জন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। প্ৰস্তাৱটো দুই-তৃতীয়াংশ ভোটৰ দ্বাৰা গৃহীত হ’লে, লোকসভাৰ অধ্যক্ষ বা ৰাজ্যসভাৰ সভাপতিয়ে প্ৰধান বিচাৰপতিক তদন্ত সমিতি গঠনৰ বাবে অনুৰোধ কৰিব। চৰকাৰে এজন বিশিষ্ট আইনজ্ঞকো এই সমিতিত নিয়োগ কৰিব। চৰকাৰে সকলো দলৰ সমৰ্থন বিচাৰিছে যাতে এই প্ৰস্তাৱত তিনিজনীয়া সমিতিৰ ফলাফলসমূহ অন্তৰ্ভুক্ত কৰা হয়।

যদি মহাভিযোগ প্ৰস্তাৱ গৃহীত হয়, তেন্তে বিচাৰপতি বৰ্মা ভাৰতৰ প্ৰথম সাংবিধানিক ন্যায়ালয়ৰ বিচাৰপতি হ’ব পাৰে যাক এইদৰে অপসাৰণ কৰা হ’ব। এই ঘটনাই ন্যায়পালিকাৰ স্বচ্ছতা আৰু জন আস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তদন্তৰ ফলাফল আৰু সংসদৰ সিদ্ধান্তই ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

Tags: Assamese newsAssamNewsHighCourtNewsImpeachmentMotionIndianJudiciaryJudicialTransparencyJusticeYashwantVermaLegalUpdatenewsupdateNorteastNowParliamentIndiaTodayNewsUpdate
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd