• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কি সেই সিদ্ধান্ত?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 24, 2021 3:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি অসমৰ অন্যতম চহৰ বঙাইগাঁৱত আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰে।

বঙাইগাঁওত হোৱা ৰাজ্যিক কেবিনেটত বৈঠকত কি ল’লে সিদ্ধান্ত? আজি কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ এনেধৰণৰ—

পৰৱৰ্তী ৰাজ্যিক কেবিনেট হাফলঙত ৫ জানুৱাৰীত অনুস্থিত হ’ব।

Apply Now

সিদ্ধান্ত সমূহ হৈছে:
 ৰাজ্যৰ শিক্ষা ব্যৱস্থাত হ’ব আমূল পৰিবৰ্তন।ৰাষ্ট্ৰীয় শিক্ষা নীতিক অনুকৰণ কৰি ৰাজ্যৰ চৰকাৰৰ কিছু পৰিৱৰ্তন।
হাইস্কুললৈকে শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব লাগিব ১৫ বছৰ।

৫+৩+৩+৪ আধাৰত হ’ব শ্ৰেণীসমূহ। প্ৰথম ৫ বছৰ হ’ব শিক্ষার্থীৰ বুনিয়াদী শিক্ষা। ছেবা আৰু শিক্ষা সংসদক কৰা হ’ব সংলগ্ন।

৬/৭ জানুৱাৰী,২০২২ত চৰকাৰী কৰ্মচাৰীৰ বাবে ছুটী মঞ্জুৰ।

পিতৃ মাতৃৰ কাষলৈ যোৱাৰ বাবে ছুটী মঞ্জুৰ কৰা হৈছে।

 সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ।

প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে কমিটি। বিধায়ক প্ৰদীপ হাজাৰিকাক কেবিনেট মৰ্যদা।কমিটিৰ সদস্য মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা।

২৫ লাখৰ ওপৰত হ’ব E tendering।

ক্লাছ ১০ৰ গুৰুত্ব আগৰ দৰে নাথাকিব।৯/১০/১১/১২ একেলগ এটা গোট হ’ব।ক্লাছ ৫ ৰ পুথি সমূহ সলনি হ’ব।
লাচিত বৰফুকনৰ জন্ম আজিৰ পাছত ৪০০ বছৰত ভৰি দিব সেয়ে জন্মৰ পূৰ্তি অতি গাম্ভীৰ্যপূৰ্ণ ভাৱে ৰাষ্ট্রীয় প্ৰেক্ষাপেটত লৈ যোৱাৰ উদ্দেশ্যে গোটেই বছৰটো পালন কৰা হ’ব।

চৰকাৰী চাকৰিৰ উপৰিও মেডিকেল আৰু enginering ত অসমৰ বিশেষকৈ মাতৃ ভাষাৰ স্কুলৰ লৰা- ছোৱালী, চাকৰি নোপোৱা সকলৰ সহায়ৰ বাবে youth commision গঠনৰ  সিদ্ধান্ত।

youth commision ৰ যোগেদি নিয়োগৰ বাবে লৰা- ছোৱালীক প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল, engineering দিয়া সকলৰ বাবে প্ৰশিক্ষণ দিয়া।

বিদেশী বহিষ্কাৰ আন্দোলনত যি সকল ঘূণীয়া বা শ্বহীদ হৈছিল তেওঁলোকৰ পৰিয়ালৰ বাবে নিৰন্তৰ সহায় লাভ কৰাৰ বাবে এটা trust খোলা হৈছে ।

Trust টোৰ নাম হৈছে trust for welfare for victims of assam agitation and their family ।

৫০০ কোটি টকাৰ পুঁজিৰে এই কাম আৰম্ভ হ’ব। পাছলৈ ইয়াৰ পুঁজি বঢ়াই থকা হ’ব।

চহৰত মাটি পট্টা লাভৰ বাবে ২০ বছৰ দখলত থকাৰ পৰিৱৰ্তে সেই সময় ১০ বছৰলৈ হ্রাস।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd