• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : যোৰহাট লোকসভা সমষ্টি

ভোটাৰৰ সংখ্যাৰ দিশত ৰাজ্যত দশম স্থানত আছে যোৰহাট সমষ্টি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2019 6:26 pm
Jorhat-LSConstituencyNew
947
VIEWS
Share on FacebookShare on Twitter

১২ নং যোৰহাট লোকসভা সমষ্টি উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এটা অসংৰক্ষিত সমষ্টি। ভোটাৰৰ সংখ্যাৰ দিশৰ পৰা অসমৰ ১৪টা সমষ্টিৰ ভিতৰত এই সমষ্টিটো দ্বাদশ স্থানত আছে।

  • মুঠ ভোটাৰৰ সংখ্যা ১৩,৪৩,৮৭২জন
  • পুৰুষ ভোটাৰ : ৬,৮২,৩৪৮জন
  • মহিলা ভোটাৰ : ৬,৬১,৫১৭গৰাকী
  • তৃতীয় লিংগৰ ভোটাৰ: ৭গৰাকী

মুঠ ভোটকেন্দ্ৰ আছে ২১৭৪টা

১৯৫১ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ দেৱেশ্বৰ শৰ্মা সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে। সাংসদ কামাখ্যা প্ৰসাদ তাছা। তাছা ২০১৪ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

যোৰহাট সমষ্টিত বিধানসভাৰ ১০টা সমষ্টি অন্তৰ্গত। সেইকেইটা ক্ৰমে-

১। যোৰহাট (বিজেপিৰ দখলত, বিধায়ক হিতেন গোস্বামী)

২। তিতাবৰ (কংগ্ৰেছৰ দখলত, বিধায়ক তৰুণ গগৈ)

৩। মৰিয়নি (কংগ্ৰেছৰ দখলত, বিধায়ক ৰূপজ্যোতি কুৰ্মী)

৪। টীয়ক (অগপৰ দখলত, বিধায়ক ৰেণুপমা ৰাজখোৱা)

৫। আমগুৰি (অগপৰ দখলত, বিধায়ক প্ৰদীপ হাজৰিকা)

৬। নাজিৰা (কংগ্ৰেছৰ দখলত, বিধায়ক দেৱব্ৰত শইকীয়া)

৭। মাহমৰা (বিজেপিৰ দখলত, বিধায়ক যোগেন মহন)

৮। সোণাৰি (বিজেপিৰ দখলত, বিধায়ক তপন কুমাৰ গগৈ)

৯। শিৱসাগৰ (কংগ্ৰেছৰ দখলত, বিধায়ক প্ৰণৱ গগৈ)

১০। থাওৰা (বিজেপিৰ দখলত, বিধায়ক কুশল দুৱৰী)

১৯৮৪ আৰু ২০১৪ চনৰ নিৰ্বাচনৰ বাদে আটাইকেইটা নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল।

১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটোৰ পৰা পৰাগ চলিহা অগপ দলৰ পৰা নিৰ্বাচিত হৈছিল। ১৯৯১ চনত তেওঁৰ পৰা কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈয়ে সমষ্টিটো দখল কৰে। তাৰ পিছতো সন্দিকৈ একেৰাহে আন পাঁচবাৰ দখল কৰে। কিন্তু ২০১৪ চনত সমষ্টিটো বিজেপিৰ দখললৈ যায়। কামাখ্যা প্ৰসাদ তাছা জয়ী হয় সন্দিকৈক হৰুৱাই। তাছাই ৪,৫৬,৪২০টা ভোট পায় আৰু দ্বিতীয় স্থানত থকা সন্দিকৈক প্ৰায় ১ লাখ ভোটত পিছত ৰাখে।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত।

নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ৮জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে (নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ তথ্য)। তেওঁলোক হ’ল ক্ৰমে- চি পি আইৰ কনক গগৈ, কংগ্ৰেছৰ সুশান্ত বৰগোহাঁই, বিজেপিৰ তপন গগৈ,  এন পি পি কমলা ৰাজকোঁৱৰ, তৃণমূল কংগ্ৰেছৰ ৰিবুলয়া গগৈ, অল ইণ্ডিয়া ফ’ৰৱাৰ্ড ব্লকৰ ৰাজকুমাৰ দুৱৰা, নিৰ্দলীয় অৰবিন্দ কুমাৰ বৰুৱা আৰু নিৰ্দলীয় নন্দিতা নাগ।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd