• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

BSNLৰ দুৰ্দান্ত অফাৰ! বছৰত এবাৰ ৰিচাৰ্জ কৰিয়েই পাওক ফ্ৰী কলিং, ৬০০ GB ডাটা; আৰু কি আছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2021 10:50 am
BSNL offers
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

BSNL Dhamaka Offer বহুতেই সঘনাই ৰিচাৰ্জ কৰি থাকিবলৈ অসুবিধা পায়। বছৰত এবাৰ ৰিচাৰ্জ কৰি থৈ দিব পাৰিলেই ভাল বুলিও ভাৱে। এনেক্ষেত্ৰত বিএছএনএলৰ আছে এক আকৰ্ষণীয় অফাৰ।

বিএছএনএলৰ এই প্লেনত এবাৰ ৰিচাৰ্জ কৰিয়েই এবছৰ নিশ্চিন্তে এবছৰ কটাব পাৰিব। তাৰ মাজত আৰু কোনো ৰিচাৰ্জ কৰাৰ প্ৰয়োজন নহয়।

কোভিড পৰিস্থিতিৰ মাজত ৱৰ্ক ফ্ৰম হ’ম ৰ বাবে এই প্লেনত আনলিমিটেড ডাটাও পোৱা যাব।

Apply Now

এবাৰ ১,৯৯৯ টকাৰে এই ৰিচাৰ্জ প্লেনৰ ম্যাদ ৩৬৫দিনৰ। পোৱা যাব ৬০০জিবি ডাটা আৰু দৈনিক ডাটা ব্যৱহাৰৰ কোনো সৰ্বোচ্চ সীমা নাই।

তদুপৰি, দৈনিক ১০০টা বিনামূলীয়া এছএমএছ কৰাৰ সুবিধাও আছে। লগতে আছে এবছৰৰ বাবে আনলিমিটেড ভয়েছ কলিং কৰাৰ সুবিধা।

ইয়াৰোপৰি বিএছএনএলৰ আৰু আছে এটি আকৰ্ষণীয় প্লেন। ইয়াৰ ৪৪৭টকাৰ প্ৰিপেইড প্লেনত আছে বহু সুবিধা।

বিএছএনএলৰ ৪৪৭টকাৰ প্ৰিপেইড প্লেনৰ ম্যাদ ৬০দিন। ইয়াত পোৱা যাব ১০০জিবি ডাটা। ডাটা ব্যৱহাৰৰ ক্ষেত্ৰত দৈনিক কোনো সৰ্বোচ্চ সীমা নাই। অৱশ্যে, ১০০জিবি ডাটা শেষ হ’লে ইয়াৰ স্পীড ৮০ কেবিপিএছলৈ হ্ৰাস পাব।

এই প্লেনতো দৈনিক ১০০টা বিনামূলীয়া এছএমএছ কৰাৰ সুবিধা আছে। লগতে আছে আনলিমিটেড ভয়েছ কলিং কৰাৰ সুবিধা।

তদুপৰি, এই প্লেনৰ সৈতে BSNL Tunes আৰু EROS Nowৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব গ্ৰাহকে।

বিএছএনএলে শেহতীয়াকৈ কেইবাটাও আকৰ্ষণীয় অফাৰ বজাৰত মুকলি কৰি দিছে। বিনামূলীয়া 4G ছিম দিছে। অহা ৩১ ডিচেম্বৰলৈকে গ্ৰাহকে এই অফাৰ ল’ব পাৰিব।

নতুন গ্ৰাহকসকলে এই অফাৰ লাভ কৰিব। লগতে মোবাইল নম্বৰ পোৰ্ট কৰা ব্যৱহাৰকাৰীয়েও লাভ কৰিব এই অফাৰ।

অৱশ্যে নতুনেই হওক বা পুৰণিয়েই হওক গ্ৰাহকে এই  4G ছিম পাবলৈ বিএছএনএলৰ নম্বৰত প্ৰথমতে ১০০টকাৰ ৰিচাৰ্জ কৰিব লাগিব। সাধাৰণতে বিএছএনএলে 4G ছিমৰ বাবে ২০টকা লয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd