• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অমিত শ্বাহৰ বিৰুদ্ধে গান্ধীনগৰত প্ৰতিদ্বন্দ্বিতা কৰা ৩জন প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰৰ বাবে হেচাঁ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2024 2:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২১ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টিয়ে চুৰাট লোকসভাত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰাৰ সময়তে সেইদিনা সন্ধিয়া গান্ধীনগৰৰ পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইয়াত দেখা গৈছিল হুমুনিয়াহ কাঢ়ি থকা ৩৯ বছৰীয়া জিতেন্দ্ৰ চৌহানে গুজৰাটৰ গান্ধীনগৰ সংসদীয় সমষ্টিৰ অমিত শ্বাহৰ একাংশ সমৰ্থকে চৌহানক প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ কৰিছিল।

পিছদিনা চৌহানে মনোনয়ন প্ৰত্যাহাৰ কৰে। চৌহানে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম স্ক্ৰ’লক কয় যে, ‘মোৰ ওপৰত হেঁচা থকাৰ বাবেই মই আঁতৰি আহিলোঁ। এই হেচাঁ আহমেদাবাদৰ বাপুনগৰৰ বিজেপি বিধায়ক দীনেশ সিং কুশৱাহৰ পৰা আহিছিল।”

উল্লেখ্য যে, গান্ধীনগৰ বিজেপিৰ দুৰ্গ। ১৯৮৯ চনৰ পৰা বিজেপি দলটোৱে লোকসভাৰ আসনত জয়লাভ কৰি আহিছে।২০১৯ চনত অমিত শ্বাহৰ বিজয়ৰ ব্যৱধান আছিল ৫.৫ লাখতকৈ অধিক ভোট।

Apply Now

চলিত নিৰ্বাচনতো ৫ লাখতকৈ অধিক ভোটৰ ব্যৱধানত গুজৰাটৰ ২৬খন আসন জিকাৰ লক্ষ্য বিজেপিয়ে লৈছে বুলি জানিব পৰা গৈছে। এইবাৰো ৰাজ্য গুজৰাটৰ ৰাজধানীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শ্বাহে। অহা ৭ মে’ত তৃতীয় পৰ্যায়ত ভোটদান সমষ্টিটোত অনুষ্ঠিত হ’ব।

চৌহানকে ধৰি গান্ধীনগৰৰ তিনিজন প্ৰাৰ্থীয়ে স্ক্ৰ’লক জনোৱা মতে, তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আহিবলৈ হেঁচা প্ৰদান কৰা হৈছিল। তিনিওজনে স্থানীয় বিজেপি ৰাজনীতিবিদ বা দলৰ সৈতে জড়িত লোকে ভয় দেখুৱাওৱাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰে দুজন প্ৰাৰ্থীয়ে দাবী কৰে যে গুজৰাট আৰক্ষীয়ে তেওঁলোকক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ হেচাঁ দিছিল।

ইপিনে বিজেপিৰ নেতাসকলে এই অভিযোগ অস্বীকাৰ কৰে। স্ক্ৰ’লে গুজৰাটৰ আৰক্ষী সঞ্চালক প্ৰধান বিকাশ সহায়লৈ প্ৰশ্ন প্ৰেৰণ কৰে৷এই পৰ্যন্ত গান্ধীনগৰৰ ১৬ গৰাকী প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিছে। ইয়াৰে বাৰজন নিৰ্দলীয় আৰু চাৰিজন সৰু সৰু ৰাজনৈতিক দলৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd