• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফোনকল ফাদিল: কৰ’নাৰ সংহাৰক লৈ ডোনাল্ড ট্ৰাম্পক উভতি ধৰিলে বাৰাক অ’বামাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2020 10:39 am
Political-Debates-Barack-Obama-Vs.-President-Elect-Donald-Trump-1280x640

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামা। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণে বিশ্বৰ ভিতৰতে আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত কৰি তুলিছে আমেৰিকা যুক্তৰাষ্ট্ৰক।

ইয়াৰ মাজতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই দেশখনৰ অৱনতি ঘটা পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক উভতি ধৰিছে।

Apply Now

বাৰাক অ’বামাই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আচৰণক অবাঞ্চিত দুৰ্যোগ বুলি অভিহিত কৰিছে।

বাতৰি অনুসৰি, বাৰাক অ’বামাই ট্ৰাম্পক লক্ষ্য কৰি লোৱা এক ফোন কল ফাদিল হৈছে। অ’বামাই ৱেব কলটোত তেওঁৰ প্ৰশাসনৰ একাংশ প্ৰাক্তন সহযোগীক সম্বোধন কৰিছিল।

অ’বামাই ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেট দলৰ সম্ভাৱ্য প্ৰাৰ্থী জো বিডেনক সমৰ্থন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

অ’বামাই প্ৰাক্তন সতীৰ্থ সন্মিলনৰ সৈতে জড়িত প্ৰায় ৩০০লোকৰ সৈতে কথা পাতিছিল যিসকলে অ’বামা প্ৰশাসনত কাম কৰিছিল।

তাৰ মাজতে অ’বামাই লোকসকলৰ সৈতে দেশখনৰ বৰ্তমান পৰিস্থিতি আগন্তুক নিৰ্বাচন সন্দৰ্ভতো বাৰ্তালাপ কৰে।

ইয়াৰ মাজতে তেওঁ ডেম’ক্ৰেটিক দলৰ ফালৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সন্দৰ্ভতো নিজৰ মত ব্যক্ত কৰে।

অ’বামাই কয় যে বিশ্বজোৰা মহামাৰীৰ বিৰুদ্ধে আমাৰ প্ৰত্যুত্তৰ নিৰাশাজনক তথা নিস্তেজ। এনে মানসিকতাৰ বাবে ইয়াত অৰাজক পৰিস্থিতিৰ দৰে সৃষ্টি হৈছে।

বাতৰি অনুসৰি, বাৰাক অ’বামাই লগতে আগন্তুক নিৰ্বাচনত জো বিডেনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথাও সদৰী কৰিছে।

অহা নৱেম্বৰ মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হোৱাৰ কথা। অ’বামাই নিজৰ সহযোগীসকলক একত্ৰিত কৰাৰ বাবে প্ৰচেষ্টা চলাইছে।

আনহাতে, বাৰাক অ’বামাই এনেদৰে ডোনাল্ড ট্ৰাম্পৰ ওপৰত আক্ৰমণৰ বাতৰি আন্ত:ৰাষ্ট্ৰীয় মিডিয়াত চৰ্চা লাভ কৰিছে।

সাধাৰণতে বাৰাক অ’বামাই ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কোনো ৰাজনৈতিক মন্তব্য নকৰে। পূৰ্বে কেইবাবাৰো ট্ৰাম্পে অ’বামাৰ ওপৰত অভিযোগ অনাৰ পাছতো তেওঁ কোনো প্ৰত্যুত্তৰ দিয়া নাছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd