• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানকাচৰত আৰক্ষীৰ জালত ভুৱা পেন কাৰ্ড প্ৰস্তুত কৰা এক চক্ৰ,  এজনক গ্ৰেপ্তাৰ

এন ই নাও, নিউজ, গুৱাহাটী by এন ই নাও, নিউজ, গুৱাহাটী
March 1, 2025 3:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ জালত অসমত ভুৱা পেন কাৰ্ড প্ৰস্তুত কৰা এক চক্ৰ। দক্ষিণ ছালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ঠাকুৰনবাৰীত ভুৱা পান কাৰ্ড তৈয়াৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত বিতৰণৰ কৰিছিল এই চক্ৰটোৱে।

এ এছ পিৰ মুখ্য কাৰ্যালয়, অ’ চি মানকাচৰ পি এছ, আৰু এছ আই (পি) নেতৃত্বত এটা দলে আব্দুল বাটেনৰ পুত্ৰ জমিৰ হুছেইনৰ ঘৰত অভিযান চলাই চক্ৰটোৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ প্ৰমাণ জব্দ কৰে।

Apply Now

অভিযানৰ সময়ত আৰক্ষীয়ে ছীল কৰা খামত ২০খন ভুৱা পেন কাৰ্ড, ভুৱা ভোটাৰ আইডি কাৰ্ড আৰু প্ৰায় ২৫০খন পেন আবেদন প্ৰ-পত্ৰৰ লগতে জৰ্ডানগাৰ জে কে আৰবী কলেজৰ ভাৰপ্ৰাপ্ত অধীক্ষক আৰু সম্পাদকৰ ভুৱা ছীল মৰা পৰিশিষ্ট-এৰ প্ৰমাণ পত্ৰও উদ্ধাৰ কৰে।

ইয়াৰ লগতে জালিয়াতিৰ বাবে ব্যৱহৃত ভুৱা চৰকাৰী ছীল আৰু ষ্টাম্প পেড, লেপটপ, প্ৰিণ্টাৰ, ফটো প্ৰিন্ট কাগজ আৰু আবেদনকাৰীৰ সবিশেষ আৰু স্বাক্ষৰ থকা এখন পঞ্জীয়ন বহী আৰু চেন্নাইৰ গোবিন যাদৱৰ ঠিকনা লিখা এখন খামৰ লগতে এখন ভুৱা পেন কাৰ্ড উদ্ধাৰ হয়।

সূত্ৰ অনুসৰি ধৃত জমিৰ হোছেইনে ঠাকুৰনবাৰীস্থিত অয়ন মোবাইল শ্বপৰ স্বত্বাধিকাৰী সাজিদুল ইছলামৰ সহযোগত সমগ্ৰ দেশতে ভুৱা পেন কাৰ্ড তৈয়াৰ কৰি বিতৰণ কৰাৰ কথা স্বীকাৰ কৰিছে। সম্প্ৰতি সাজিদুল ইছলাম পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। পলাতক সাজিদুল ইছলাম সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই সন্দৰ্ভত এফআইআৰ ৰুজু কৰি অধিক সোধা-পোছাৰ বাবে অভিযুক্তক জিম্মাত লোৱা হৈছে। বিষয়াসকলে ৰেকেটৰ আঁৰত বৃহৎ নেটৱৰ্ক থকাৰ সন্দেহত তদন্ত অব্যাহত ৰাখিছে।

আইন প্ৰয়োগকাৰী বিষয়াসকলে জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে নথি-পত্ৰ জালিয়াতিৰ সৈতে জড়িত যিকোনো সন্দেহজনক কাৰ্যকলাপৰ খবৰ দিবলৈও আহ্বান জনাইছে।

এন ই নাও, নিউজ, গুৱাহাটী

এন ই নাও, নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd