• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এতিয়া বিস্তাৰবাদী নীতি নচলে; চীনলৈ প্ৰত্যাহ্বানেৰে লাডাখত সেনা বাহিনীৰ মাজত প্ৰধান মন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 3, 2020 3:16 pm

1 min read

এতিয়া বিস্তাৰবাদী নীতি নচলে; চীনলৈ প্ৰত্যাহ্বানেৰে লাডাখত সেনা বাহিনীৰ মাজত প্ৰধান মন্ত্ৰী

উৎস-ইণ্টাৰনেট

765
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু চীনৰ মাজত পূব লাডাখ সীমান্তত চলি থকা উত্তেজনাময় পৰিস্থিতিৰ সময়তে আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সেনা বাহিনীৰ মনোবল বৃদ্ধিৰ বাবে আকস্মিকভাৱে লাডাখত উপস্থিত হয়।

নৰেন্দ্ৰ মোদীয়ে লাডাখত উপস্থিত হৈ গলৱান উপত্যকাত চহিত হোৱা বীৰ সেনা জোৱান সকলকো শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে বিভিন্ন দিশ পৰ্যালোচনা কৰে।

প্ৰধান মন্ত্ৰীয়ে সেনা বাহিনীৰ জোৱান সকলৰ উদ্দেশ্যি দিয়া ভাষণত এতিয়া বিস্তাৰবাদী নীতি নচলে বুলি চীনলৈ প্ৰত্যাহ্বান জনায়।

”এতিয়া বিস্তাৰবাদী নীতি নচলে, এতিয়া বিকাশবাদৰ সময়। ভাৰতে বিকাশবাদৰ জৰিয়তে সমগ্ৰ বিশ্বত নিজৰ স্থিতি স্পষ্ট কৰিছে,” ভাষণত প্ৰধান মন্ত্ৰীয়ে কয়।

আনহাতে,  ইতিহাসৰ পাতত বহু শক্তিশালী বিস্তাৰবাদী নীতিৰ পতনৰ উদাহৰণ আছে আৰু সেয়াই সত্য বুলিও প্ৰধান মন্ত্ৰীয়ে নিজ ভাষণ প্ৰসংগত কয়।

ভাৰতৰ বীৰ জোৱান সকলে সীমান্তত শক্তিশালী শিলৰ দৰে থিয় হৈ থাকি সদায় দেশ মাতৃক ৰক্ষা কৰি আহিছে আৰু ভবিষ্যতেও কৰি যাব বুলি মোদীয়ে উল্লেখ কৰি তেওঁ ভাৰতীয় সেনা বাহিনীক লৈ গৌৰৱিত বুলি কয়।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd