• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰহ্মপুত্ৰত অস্ত গ’ল ভাৰতৰ ‘টেষ্ট সাম্ৰাজ্য’ৰ সূৰ্য! পুনৰ চূড়ান্ত ব্যৰ্থতা গম্ভীৰ ব্ৰিগেডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2025 2:37 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনত নিউজিলেণ্ড, ২০২৫ চনত দক্ষিণ আফ্ৰিকা।একেৰাহে দুবছৰ ধৰি ঘৰুৱা মাটিত হোৱা টেষ্টত চৰম বিফলতাৰ মুখ দেখিছে গম্ভীৰ ব্ৰিগেডে। প্ৰটিয়াছৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ অন্তিম ইনিংছত ভাৰতে মাত্ৰ ১৪০ ৰান সংগ্ৰহ কৰি অল আউট হয়। ইডেনৰ পাছত গুৱাহাটীত অনুষ্ঠিত টেষ্ট মেচখনত ভাৰত ৪০৮ ৰানত পৰাস্ত হয়। ঘৰুৱা মাটিত ভাৰতৰ টেষ্ট আধিপত্যৰ গৌৰৱ যেন ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ’ল।

শেষৰ দিনটোত সন্মুখত আছিল অসম্ভৱ লক্ষ্য। ৫২২ ৰানৰ লক্ষ্য ভাৰতে আগত ৰাখি আগবাঢ়িছিল  কিন্তু সেয়াই আচল সমস্যা নাছিল। গোটেই দিনটোত ভাৰতে ৮টা উইকেট ৰক্ষা কৰিব লগা হৈছিল। ভাৰতীয় দলৰ বেটিঙৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি গোটেই দিনটো বেটিং কৰাটো আছিল সপোনৰো অগোচৰ। আৰু ঋষভ পন্তে সেই কথা প্ৰমাণ কৰিলে। দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে উইকেট জীয়াই থাকিব নোৱাৰিলে নীতিশ কুমাৰ ৰেড্ডী আৰু পণ্ট বাহিনীয়ে। উল্লেখ্য যে দক্ষিণ আফ্ৰিকাই ২৫ বছৰ ধৰি ভাৰতৰ মাটিত অনায়াসে টেষ্ট শৃংখলাত জয়লাভ কৰি আহিছে। আৰু ভাৰত কেতিয়াও ইমান ডাঙৰ ব্যৱধানত কোনো টেষ্টত পৰাস্ত হোৱা নাই।

Apply Now

ক’ৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা?

টছত পৰাজিত হোৱাটো আছিল পণ্টৰ দুৰ্ভাগ্য। বাকী দল নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বলিঙৰ পৰিৱৰ্তনলৈকে ভাৰতৰ থিংক টেংকে সকলোকে আচম্বিত কৰি তুলিছে। ফিল্ডিঙত যথেষ্ট খেলিমেলিৰ সৃষ্টি হৈছিল। কাক কেতিয়া বলিং কৰিবলৈ আনিব সেইটো পণ্টে সিদ্ধান্ত ল’ব পৰা নাছিল। ফলত দক্ষিণ আফ্ৰিকাই সহজেই ৪৮৯ ৰান সংগ্ৰহ কৰে। আৰু তাতেই ভাৰতীয় দলটোক প্ৰথম ইনিংছত মাত্ৰ ২০১ ৰান সংগ্ৰহ কৰি অল আউট কৰা হৈছিল।

দ্বিতীয় ইনিংছত ছবিখন কম বেছি পৰিমাণে একেই। দক্ষিণ আফ্ৰিকাই কুলদীপক ‘ছুইপিং’ অৰ্থাৎ ছুইপিং-ৰিভাৰ্ছ ছুইপিং কৰি ব’ৰ্ডত ২৬০ ৰান সংগ্ৰহ কৰে। বহুতে ভাবিছিল যে তেওঁলোকে হয়তো ডিক্লেয়াৰ কৰাত পলম কৰিছে। কিন্তু ভাৰতীয় অ’পেনাৰ দুগৰাকীক আউট হোৱাত টেম্বা বাভুমাই কোনো ভুল নকৰিলে। জয়ৰ লক্ষ্য আছিল ৫৪৯ ৰান। চতুৰ্থ দিনৰ শেষত ভাৰতৰ স্ক’ৰ আছিল ২৭ ৰান। পঞ্চম দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে কোনো টিকি থাকিব নোৱাৰিলে। তথাপিও চেষ্টা কৰি থাকিল অভিজ্ঞ ৰবীন্দ্ৰ জাদেজাই (৫৪)। তথাপিও স্পিন চম্ভালিব পৰা এজনৰ প্ৰয়োজন আছিল। ঋ

যোৱা বছৰ ভাৰতৰ মাটিত নিউজিলেণ্ডৰ হাতত ৩-০ত পৰাস্ত হৈছিল ভাৰত। এইবাৰ দক্ষিণ আফ্ৰিকাৰ হাতত ২-০ ত পৰাস্ত হয়। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ঘৰুৱা মাটিত তিনিবাৰকৈ পৰাস্ত হৈছে ভাৰত। ইয়াৰে গম্ভীৰৰ কাৰ্যকালত দুবাৰ। সেয়েহে ক্ৰীড়াপ্ৰেমীৰ মনত প্ৰশ্নৰ উদয় হৈছে দিশহীন ভাৰতীয় ক্ৰিকেটক কোন দিশলৈ লৈ যাব গম্ভীৰে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd