• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতাৰ অম্ল-মধুৰ কথাঃ ৰাউলাট আইন- বাতৰি কাকতৰ মুখ বন্ধ কৰাৰ চেষ্টা ব্ৰিটিছৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 14, 2022 5:33 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটিছে এই কথা ভালদৰে জানিছিল যে ভাৰতত লাহে লাহে স্বাধীনতাৰ মহা জাগৰণৰ সৃষ্টি হৈ আহিছে। এই মহাজাগৰণত বহুকেইখন বাতৰি কাকত আৰু বিভিন্ন গ্ৰন্থই মানুহক সহায় কৰি আহিছে। সেয়ে বাতৰি কাকতসমূহৰ প্রকাশ বন্ধ কৰাৰ বাবে ব্ৰিটিছে উঠি পৰি লাগিছিল। ব্ৰিটিছে চলে বলে কৌশলে ব্ৰিটিছ বিৰোধী বাতৰি কাকতবোৰ বন্ধ কৰাৰ লক্ষ্যৰে নানান কূট কৌশল ৰচনা কৰিছিল।

তেনে কূট কৌশলেৰে এক বিশেষ অংশ আছিল ৰাউলাট আইন ৷ এই আইনৰ জৰিয়তে ব্ৰিটিছে বাতৰি কাকত আৰু গ্ৰন্থ প্ৰকাশৰ বাবে প্রয়োজন হোৱা পঞ্জীয়ন ব্যৱস্থা বন্ধ কৰাৰ পোষকতা কৰিছিল। ব্ৰিটিছে যেতিয়া ৰাউলাট বিধেয়ক গ্রহণ কৰাৰ বাবে তৎপৰ হৈ পৰিছিল সেই সময়ত মহাত্মা গান্ধী আছিল আহমেদাবাদত। ব্ৰিটিছৰ কুট কৌশলৰ বিষয়ে জানিব পাৰি বল্লভ ভাই পেটেলে মহাত্মা গান্ধীলৈ চিঠি লিখি এই বুলি সুধিছিল-_ ‘এতিয়া আমি কি কৰিম বাৰু? মহাত্মা গান্ধীয়ে লগে লগে এইবুলি উত্তৰ দিছিল যে যদি কিছুসংখ্যক লোকেও এই বিধেয়কখনত স্বাক্ষৰ কৰে তেন্তে বিধেয়কখন আইনলৈ পৰিণত হ’ব । আমি যিকোনো প্ৰকাৰে বিধেয়কখন গৃহীত হোৱাত বাধা দিব লাগিব। ইয়াৰ বাবে আমি এক বিশেষ পন্থা গ্ৰহণ কৰিব লাগিব। সেয়া হৈছে সত্যাগ্ৰহ । সত্যাগ্ৰহৰ জৰিয়তে আমি ব্ৰিটিছক এনে হঠকাৰী সিদ্ধান্তৰ পৰা আঁতৰাই আনিব লাগিব।

Apply Now

যদি কোনো লোকে এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি নাহে তেন্তে মহাত্মা গান্ধীয়ে অকলেই বিধেয়কখনৰ বিৰোধিতা কৰিব বুলি বল্লভ ভাই পেটেলক আশ্বাস দিছিল৷ মহাত্মা গান্ধীয়ে ১৯১৯ চনৰ ২৪ ফেব্ৰুৱাৰী সত্যাগ্ৰহৰ এক ৰূপৰেখা প্ৰস্তুত কৰিছিল আৰু তাত স্বাক্ষৰ কৰিছিল। সেয়া আছিল ভাৰতীয় স্বাধীনতা সংগামৰ এক উল্লেখযোগ্য ঘটনা। ১৯১৯ চনৰ মাৰ্চ মাহত মহাত্মা গান্ধীয়ে বাতৰি কাকত আৰু গ্রন্থৰ বিৰুদ্ধে ব্ৰিটিছে গ্ৰহণ কৰা পদক্ষেপক প্ৰত্যাহ্বান জনাবলৈ সত্যাগ্ৰহ সম্পৰ্কীয় এক বিবৃতি প্রকাশ কৰিছিল।

দৰাচলতে ব্ৰিটিছে মহাত্মা গান্ধীৰ এই কেইবাখনো গ্ৰন্থ নিষিদ্ধ কৰিছিল। সেইগ্ৰন্থসমূহ আছিল ক্ৰমে হিন্দ স্বৰাজ, সৰ্বোদয়, ষ্ট’ৰী অফ এ সত্যাগ্ৰহী আদি। গান্ধীয়ে সত্যাগ্ৰহ নামৰ এখন সাপ্তাহিক কাকত প্রকাশ কৰিবলৈ আৰম্ভ কৰিছিল।উল্লেখনীয় কথাটো হ’ল ব্ৰিটিছে বাতৰি কাকতৰ পঞ্জীয়ন বন্ধ কৰিবলৈ ৰাউলাট আইন প্ৰৱৰ্তন কৰিব বিচাৰিছিল। এই আইনৰ বিৰোধিতা কৰিয়েই মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ নামৰ সাপ্তাহিক কাকতখন কোনো চৰকাৰী পঞ্জীয়ন নোহোৱাকৈয়ে প্রকাশ কৰিবলৈ আৰম্ভ কৰিছিল। ১৯১৯ চনৰ ৭ এপ্ৰিলৰ দিনা মহাত্মা গান্ধীয়ে এই কথা ঘোষণা কৰিছিল যে সত্যাগ্ৰহ কাকত আৰু এই জাতীয় কাকত চৰকাৰী পঞ্জীয়ন নকৰাকৈয়েই প্রকাশ কৰি চৰকাৰৰ ৰাউলাট বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। ব্ৰিটিছেও মহাত্মা গান্ধীৰ এনে কাৰ্যক ফেপেৰি পাতি ধৰিছিল।

বহু সত্যাগ্ৰহীক ব্ৰিটিছে আটক কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহীয়ে স্বেচ্ছাই কাৰাবৰণ কৰিছিল৷ ১৯১৯ চনৰ ৬ ফেব্ৰুৱাৰীৰ দিনা ব্ৰিটিছে ৰাউলাট বিধেয়কখন উত্থাপন কৰিছিল। এই বিধেয়কৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ আহ্বানত ১৯১৯ চনৰ ৬ এপ্ৰিলৰ দিনা সমগ্ৰ ভাৰতবৰ্ষতে হৰতাল কাৰ্যসূচী পালন কৰা হৈছিল। সেই সময়তে ১৯১৯ চনৰ ৯ এপ্ৰিলৰ দিনা স্বাধীনতা আন্দোলনৰ নেতা সত্যপাল আৰু কিশলেক ব্ৰিটিছে আটক কৰিছিল। ব্ৰিটিছৰ এনে কাৰ্যৰ বিৰুদ্ধে পাঞ্জাৱৰ অমৃতসৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd