• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন: ‘স্বাধীনতাৰ ৰ’দ কাঁচলিত বোকাখাত’ নামৰ গ্ৰন্থ উন্মোচন

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 16, 2022 7:00 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে বোকাখাততো উদযাপিত হয় দেশ ৭৬ সংখ্যক স্বাধীনতা দিৱস৷ এই উপলক্ষে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত মহকুমা প্ৰশাসনৰ দ্বাৰা কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসুচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি ডাঃ নেহা যাদৱে ৷

পতাকা উত্তোলনৰ পুৰ্বেই তেওঁ আৰক্ষীৰ অভিৱাদন গ্ৰহন কৰে ৷ পতাকা উত্তোলন কৰি মহকুমাধিপতি গৰাকীয়ে দিয়া ভাষণৰ পিচতেই আৰক্ষী, গঁড় সুৰক্ষা বাহিনী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে কুচ কাৱাজ প্ৰদৰ্শন কৰে ৷

বোকাখাতৰ স্বাধীনতা দিৱস উদযাপনৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এখন গ্ৰন্থ উন্মোচিত কৰা হয় ৷ স্বাধীনতা দিৱসৰ এই বিশেষ অনুষ্ঠানতে বোকাখাতৰ প্ৰবীণ সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ ভৱেশ শইকীয়াৰ স্বাধীনতাৰ ৰ’দ কাঁচলিত বোকাখাত নামৰ গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মহকুমাধিপতি ডাঃ নেহা যাদৱে ৷

Apply Now

বোকাখাত পৌৰসভাৰ দ্বাৰা আয়োজিত প্রভাত ফেৰি আৰু দেশপ্রেমমূলক গীত-মাত পৰিৱেশনেৰে আৰম্ভ হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসুচীত বিভিন্ন ক্ৰীড়া কৌশল আৰু সাংস্কৃতিক অনুষ্ঠান পৰিবেশ কৰা হয় ৷

অনুষ্ঠানত ৰাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও বাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ উপৰিও স্থানীয় জেষ্ঠ নাগৰিক সকল উপস্থিত থাকে ৷

উল্লেখ্য যে ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা জনাব লগা বোকাখাতৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ব্যক্তি সকলৰ নামো এই অনুষ্ঠানতে ঘোষণা কৰা হয় ৷ এই বিশিষ্ট ব্যক্তি সকলক অহা ১৭ আগষ্টত সম্বৰ্ধনা জনোৱা হ’ব বুলিও ঘোষণা কৰে মহকুমা প্ৰশাসনে ৷

অনুষ্ঠানৰ শেষত বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ ৰোগী, অনাথ আশ্রমৰ উপৰিও উজনি অসম বিকলাঙ্গ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ফলমূল বিতৰণ কৰা হয় ৷

বিয়লিলৈ স্বাধীনতা দিৱস উপলক্ষে স্থানীয়  সাংবাদিক আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ মাজত এক প্রীতি ফুটবল খেলো অনুষ্ঠিত হয় ।

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd