DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

চৰম বিন্দুত ৰাছিয়া-ইউক্ৰেন বিবাদ: ইউক্ৰেন ত্যাগ কৰিবলৈ ভাৰতীয় নাগৰিকক পৰামৰ্শ দিল্লীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2022 6:17 pm
Assam student in Ukraine
168
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া-ইউক্ৰেন বিবাদে তীব্ৰ উত্তেজনাৰ ফালে গতি কৰাৰ মাজতে ইউক্ৰেনত বাস কৰা শিক্ষাৰ্থীসহ সকলো ভাৰতীয় নাগৰিকক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা নাথাকিলে ইউক্ৰেন ত্যাগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ভাৰতে।

আজি এক টুইটযোগে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে কয় যে ৰাছিয়াৰ সম্ভাব্য আক্ৰমণৰ পূৰ্বে ভাৰতীয় নাগৰিকসকলে ইউক্ৰেন ত্যাগ কৰিবলৈ যিকোনো উপলব্ধ বাণিজ্যিক বা চাৰ্টাৰ বিমান বিচাৰিব লাগে।

ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে টুইট কৰি কয়, “ইউক্ৰেইনৰ পৰিস্থিতিৰ সন্দৰ্ভত অব্যাহত থকা উত্তেজনা আৰু অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা নাথাকিলে শিক্ষাৰ্থীসহ সকলো ভাৰতীয় নাগৰিকক ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।”

“ভাৰতীয় শিক্ষাৰ্থীসকলক চাৰ্টাৰ বিমানৰ আপডেটৰ বাবে সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে আন যিকোনো আপডেটৰ বাবে দূতাবাসৰ ফেচবুক, ৱেবছাইট আৰু টুইটাৰ অনুসৰণ কৰিবলৈ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।” ভাৰতীয় দূতাবাসে কয়।

ইউক্ৰেইনত তথ্য আৰু সহায়ৰ প্ৰয়োজন হোৱা ভাৰতীয়সকলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰে।

 

ADVISORY FOR INDIAN NATIONALS IN UKRAINE.@MEAIndia @DrSJaishankar @PIBHindi @DDNewslive @DDNewsHindi @IndianDiplomacy @PTI_News @IndiainUkraine pic.twitter.com/i3mZxNa0BZ

— India in Ukraine (@IndiainUkraine) February 20, 2022

শেহতীয়াকৈ ইউক্ৰেন ত্যাগ কৰিবলৈ ইচ্ছা কৰা বহু ভাৰতীয় নাগৰিকে বিমানৰ টিকট লাভ কৰা নাই বুলি বাতৰি প্ৰকাশ হৈছিল।

ইউক্ৰেনত থকা ভাৰতীয় নাগৰিকৰ সহায়ৰ বাবে ভাৰতীয় দূতাবাসত ২৪ ঘণ্টাৰ হেল্পলাইন উপলব্ধ আছে।

শেহতীয়াকৈ টাটা গোটে ক্ৰয় কৰা এয়াৰ ইণ্ডিয়াৰ তিনিখন বিশেষ বিমান ২২, ২৪ আৰু ২৬ ফেব্ৰুৱাৰীত ইউক্ৰেন অভিমুখে ৰাওনা হ’ব।

এই বিমান কেইখন ইউক্ৰেইনৰ সৰ্ববৃহৎ বৰিস্পিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd