• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

LACত উত্তেজনা হ্ৰাস কৰিবলৈ ভাৰত-চীনৰ মাজত পাঁচ সূত্ৰত সহমত; সেনা প্ৰত্যাহাৰৰ বাবে লোৱা হ’ব ক্ষিপ্ৰ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 8:55 am
WhatsApp Image 2020-09-11 at 8.28.22 AM

ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰীদ্বয় ক্ৰমে এছ জয়শংকৰ আৰু ৱাং জি।

74.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ত চলি থকা উত্তেজনাৰ মাজতে ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰীৰ মাজত মস্কোত প্ৰায় আঢ়ৈ ঘন্টা ধৰি বৈঠক অনুষ্ঠিত হয়।

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং জিৰ মাজত অনুষ্ঠিত বৈঠকত সীমান্তত উত্তেজনাৰ অৱসান ঘটোৱাৰ সন্দৰ্ভত পাঁচ সূত্ৰত সহমতি জনোৱা হয়।

তদুপৰি, দুয়োপক্ষই আলোচনা চলাই নিয়াৰ বাবে সন্মত হোৱাৰ লগতে সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ বাবে সহমত প্ৰকাশ কৰিছে।

সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ পৰিৱেশৰ অৱসান ঘটাবলৈ তথা সেনা প্ৰত্যাহাৰৰ বিষয়টোলৈ বৃহস্পতিবাৰে মস্কোত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং জিৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল।

বৈঠকত বিদেশ মন্ত্ৰী দুগৰাকীয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়টো সমাধানৰ বাবে ধাৰাবাহিক আলোচনাৰ পৰিৱেশ বিকশিত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োপক্ষই সৃষ্টি হোৱা মতভেদ সংঘাতলৈ পৰিৱৰ্তন হ’ব দিব নালাগে বুলিও সহমত পোষণ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd