• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১৫ আগষ্টত ভাৰতৰ লগতে আন পাঁচখন দেশে উদযাপন কৰে স্বাধীনতা দিৱস। কি সেই পাঁচখন দেশ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2023 5:43 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হয়। দীৰ্ঘদিনীয়া ব্ৰিটিছ শাসনৰ দাসত্বৰ পৰা মুক্তি লাভ কৰে ভাৰতে। ভাৰতৰ স্বাধীনতাৰ মাত্ৰ এদিন আগতে পাকিস্তানেও স্বাধীনতা লাভ কৰে। 

২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰে। ১৫ আগষ্ট ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। কিন্তু কেৱল ভাৰতেই নহয়, বিশ্বৰ আন পাঁচখন দেশেও ১৫ আগষ্টৰ দিনটোতে স্বাধীনতা লাভ কৰে। 

Apply Now

উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া-

এই দুয়োখন দেশ স্বাধীন হৈছিল মাত্ৰ কেইবছৰমান পূৰ্বে। ভাৰত-পাকিস্তানৰ দৰে এই দুয়োখন দেশতো বিভাজন হৈছিল। কোৰিয়া আছিল দীৰ্ঘদিনীয়া জাপানী উপনিবেশ। স্বাধীনতাৰ সময়ত দুয়োখন দেশ দুটা ভাগত বিভক্ত হয়। ১৯৪২ চনত জাপানৰ আত্মসমৰ্পণৰ প্ৰায় তিনি বছৰৰ পাছত উত্তৰ আৰু দক্ষিণ কোৰিয়া স্বাধীন দেশত পৰিণত হয়। দুয়োখন দেশৰ স্বাধীনতা দিৱস ১৫ আগষ্ট।

বাহৰেইন-

বাইৰেনত ব্ৰিটিছে উপনিৱেশ চলাইছিল। ১৯৭১ চনৰ ১৫ আগষ্টত ব্ৰিটিছৰ পৰা বাহৰেইনে স্বাধীনতা লাভ কৰে। চুক্তি অনুসৰি ১৪ আগষ্ট বাহৰেইনৰ স্বাধীনতাৰ প্ৰকৃত দিন। কিন্তু ১৫ আগষ্টক এই দেশৰ স্বাধীনতা দিৱস হিচাপে স্বীকৃতি দিয়া হয়।

কংগো-

কংগোত ফৰাচীসকলৰ উপনিৱেশ আছিল। ১৮৮০ চনৰ পৰা এই দেশ ফৰাচী উপনিৱেশৰ অধীনত আছিল। সেই সময়ত দেশখনৰ নাম আছিল ফৰাচী কংগো। ১৯০৩ চনত এই নাম সলনি কৰি কংগো কৰা হয়। ১৯৬০ চনৰ ১৫ আগষ্টত এই দেশ স্বাধীন হয়।

লিচেনষ্টাইন-

লিচেনষ্টাইন পৃথিৱীৰ আটাইতকৈ সৰু দেশ। এই দেশ আছিল জাৰ্মান উপনিৱেশৰ অধীনত। ১৮৬৬ চনত জাৰ্মানীৰ পৰা লিচেনষ্টাইন মুক্ত হয়। দেশখনে ১৯৪০ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে। স্বাধীনতাৰ প্ৰায় ৮০ বছৰৰ পাছত এই দেশখনে স্বাধীনতা দিৱস পালন কৰে। ১৯৪০ চনৰ ৫ আগষ্টত ১৫ আগষ্টক আনুষ্ঠানিকভাৱে স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰা হয়। 

লগতে পঢ়কঃ টিহুত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

লগতে পঢ়কঃ ৰক্ষকেই ভক্ষক! খোদ আৰক্ষী বিষয়াই নিৰ্যাতন চলালে শিশু শ্ৰমিকৰ ওপৰত

লগতে পঢ়কঃ নৃশংস! চুৰিৰ সন্দেহত দুই শিশুক অকথ্য নিৰ্যাতন; প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰি গুহ্যদ্বাৰত সানি দিলে জলকীয়া

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd