DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

চীনৰ ভাবুকি! টাৱাং সীমান্তত বিশেষ ৰকেট বাহিনী নিৰ্মাণ কৰিব ভাৰতে; আহি আছে ১২০ টা ‘প্ৰলয়’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2022 11:49 am
117
VIEWS
Share on FacebookShare on Twitter

ভাৰতে অৰুণাচল প্ৰদেশৰ টাৱাং সীমান্তত এটা বিশেষ ৰকেট বাহিনী নিৰ্মাণ কৰি আছে। অতি সোনকালেই ১২০ টা বেলিষ্টিক মিছাইল ভাৰতীয় সেনাৰ হাতলৈ আহিব, যিটো চীন সীমান্তত মোতায়েন কৰা হ’ব পাৰে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে এই মিছাইল ক্ৰয়ৰ বাবে অনুমোদন জনাইছে। এই মিছাইল পোৱাৰ পিছতে সীমান্তত বিশেষ অনুশীলন আৰম্ভ হ’ব পাৰে।

চৰকাৰী সূত্ৰ অনুসৰি, “ভাৰতীয় সেনাত ৰকেট বাহিনী সৃষ্টিৰ পৰিকল্পনাই হঠাতে গতি লাভ কৰিছে। কেন্দ্ৰই ১২০ টা প্ৰলয় বেলিষ্টিক মিছাইল ক্ৰয় কৰাৰ অনুমতি দিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।”

লগতে পঢ়ক: বিবাহৰ প্ৰস্তাৱ দিয়া প্ৰেমিকাৰ মুখত চৰ-গোৰ; অভিযুক্ত যুৱকৰ ঘৰ বুলডোজাৰেৰে ভাঙিলে প্ৰশাসনে

কেন্দ্ৰই দীৰ্ঘদিন ধৰি এই বেলিষ্টিক মিছাইল ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছিল। অৱশেষত ইয়াক অনুমোদন জনোৱাৰ লগে লগে মিছাইল তৈয়াৰ কৰাৰ কাম আৰম্ভ হৈছে। এই কাম সম্পূৰ্ণ হোৱাৰ পিছতে সেনাই এই মিছাইলবোৰ পাব।

উল্লেখ্য যে ভাৰতৰ তিনিটা বাহিনীৰ প্ৰয়াত প্ৰধান জেনেৰেল বিপিন ৰাৱাটে সীমান্তত এক কৌশলগত ৰকেট বাহিনী সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল। কেন্দ্ৰই পৰিকল্পনাটো কাৰ্যকৰী কৰিবলৈ প্ৰথম পদক্ষেপ লৈছে।

লগতে পঢ়ক: সতৰ্কতা জৰুৰী! চীনৰ পৰা উভতি অহা যুৱকৰ দেহত কৰোনাৰ নতুন ছাব-ভেৰিয়েন্ট বিএফ.৭?

লক্ষণীয়ভাৱে, যোৱা বছৰ ডিচেম্বৰত দুটা মিছাইল পৰীক্ষা কৰা হৈছিল। পৰীক্ষাটো সেই সময়ত সফল হৈছিল। তাৰ পিছত জেনেৰেল ৰাৱাটৰ পৰিকল্পনা অনুসৰি, কেন্দ্ৰই পুনৰ সীমান্তত ৰকেট বাহিনী নিৰ্মাণৰ তৎপৰতা আৰম্ভ কৰিছে।

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd