• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমকে ধৰি চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2026 4:38 pm
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ দৃষ্টি নিৱদ্ধ হৈ থকা অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক গুৰুত্বপূৰ্ণ সংবাদমেলত মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচনী আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে এই নিৰ্বাচনী সূচী প্ৰকাশ কৰে। এই ঘোষণাৰ লগে লগে আটাইকেইখন নিৰ্বাচনী ৰাজ্যতে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি তাৎক্ষণিকভাৱে বলৱৎ কৰা হৈছে।

অসমৰ ১২৬ খন বিধানসভা আসনৰ বাবে অহা ৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে, কাইলৈ অৰ্থাৎ ১৬ মাৰ্চত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব। ইয়াৰ লগে লগেই আৰম্ভ হ‘ব মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ২৩ মাৰ্চ। দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ পুনৰীক্ষণ (Scrutiny) অহা ২৪ মাৰ্চত সম্পন্ন কৰা হ’ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ’ব ২৬ মাৰ্চ।

Apply Now

অসমৰ লগতে কেৰালা আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনো ৯ এপ্ৰিলতে একেটা পৰ্যায়ত সম্পন্ন কৰা হ’ব। আনহাতে, তামিলনাডুৰ ২৩৪ খন আসনৰ বাবে ২৩ এপ্ৰিলত আৰু পশ্চিমবংগৰ ২৯৪ খন আসনৰ বাবে ২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সমগ্ৰ দেশতে এই আটাইকেইখন ৰাজ্যৰ ভোট গণনা আৰু ফলাফল ঘোষণা অহা ৪ মে’ত একেলগে সম্পন্ন কৰা হ’ব। নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে অহা ৬ মে’ৰ ভিতৰত সমগ্ৰ নিৰ্বাচনী কাম-কাজ সম্পূৰ্ণ হ’ব লাগিব।

সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, “আমি এক মুক্ত, নিৰপেক্ষ আৰু হিংসামুক্ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে দায়বদ্ধ।” আয়োগে জনোৱা তথ্য অনুসৰি, এইবাৰৰ নিৰ্বাচনত মুঠ ১৭.৪ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মুঠ ২.১৮ লাখ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব আৰু আটাইকেইটাতে ১০০ শতাংশ ৱেবকাষ্টিং ব্যৱস্থা থাকিব। ৮৫ বছৰৰ ঊৰ্ধৰ ভোটাৰ আৰু শতায়ু গৰকা ব্যক্তিসকলৰ বাবে এইবাৰ ঘৰৰ পৰাই ভোটদান কৰাৰ বিশেষ সুবিধা আগবঢ়োৱা হ’ব।

নিৰাপত্তাৰ খাতিৰত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ (CAPF) প্ৰায় ১.৪ লাখ জোৱান মোতায়েন কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। অসমৰ প্ৰেক্ষাপটত এইবাৰো মূল যুঁজখন শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ (NDA) আৰু বিৰোধী কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে। নিৰ্বাচনী সূচী প্ৰকাশৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে আৰু ৪ মে’ৰ ফলাফলেহে স্পষ্ট কৰিব ৫ খন ৰাজ্যৰ ভৱিষ্যত কাৰ হাতত ন্যস্ত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd