• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজামুদ্দিনৰ তবলিগীত অংশগ্ৰহণ কৰা ৩৭০ ৰো অধিক বিদেশীৰ ভিছা নিষিদ্ধ কৰিব ভাৰতে!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2020 8:37 am
markaz.
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী কাণ্ডই দেশ জোকাৰি যোৱাৰ পিছত যথেষ্ট কঠোৰ হোৱা দেখা গৈছে ভাৰত চৰকাৰক।

উল্লেখ্যে নিজামুদ্দিন মাৰ্কাজ ইতিমধ্যে দেশৰ ক’ৰ’না সংক্ৰমণৰ অভিকেন্দ্ৰৰূপে চিহ্নিত হৈছে।

Apply Now

তবলিগীত অংশগ্ৰহণ কৰা বহু লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে কেবাজনো আক্ৰান্তৰ ইতিমধ্যে মৃত্যুও ঘটিছে।

আনহাতে দেশৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰাই ক’ৰ’না সংক্ৰমণ ঘটা বুলিও কোৱা হৈছে চৰকাৰীভাৱে।

উক্ত তবলিগীত বিদেশৰ পৰা অহা প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছিল।

উক্ত বিদেশীসকলৰ ভিছা পৰীক্ষা কৰাৰ পিছত ভাৰত চৰকাৰে তাৰে ৩৭০ জন ভিছা ভাৰত নিষিদ্ধ কৰাৰ কুৱচকাৱাজ কৰিছে বুলি বিশেষ সূত্ৰে প্ৰকাশ।

সূত্ৰটোৰ মতে উক্ত বিদেশীসকলৰ সামাজিক দূৰত্ব গাইডলাইন্স উলংঘা কৰাৰ অভিযোগতো অভিযুক্ত কৰা হৈছে।

সূত্ৰটোৱে কয় যে তবলিগীত অংশগ্ৰহণ কৰা বহু প্ৰতিনিধিয়ে পৰ্যটকৰ ভিছাৰে ভাৰতত প্ৰৱেশ কৰি উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

সূত্ৰটোৰ মতে ভাৰতত ‘মিছনাৰী ভিছা’ উলপব্ধ যদিও তেওঁলোকে পৰ্যটকৰ ভিছাৰে ভাৰতত প্ৰৱেশ কৰি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি ভিছা নীতি উলংঘা কৰাৰ দৰে অপৰাধ কৰিছে।

এই অপৰাধত ২৭০ জনৰো অধিক বিদেশীৰ ভিছা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ভাৰত চৰকাৰ গৃহমন্ত্ৰালয়ে।

উল্লেখ্য যে পৰ্যটক ভিছাৰে ভাৰতত প্ৰৱেশ কৰা যিকোনা বিদেশীয়ে ধৰ্মীয় কাৰ্যলপাত অংশগ্ৰহণ কৰাটো ভিছা নীতি উংলঘনৰ অপৰাধ হিচাপে গণ্য কৰা হয় ভাৰতত।

যদি তেওঁলোকৰ এই অপৰাধ প্ৰমাণ হয় তেনে ফৰেইনাৰছ এক্টৰ চেকচন ১৪ অধীনত তেওঁলোকৰ ভিছা নিষিদ্ধ কৰাটো নিশ্চিত।

অৱশ্যে ভাৰতত প্ৰৱেশ কৰি পৰ্যটকৰ ভিছাক মিছনাৰী ভিছালৈ পৰিৱৰ্তন কৰিলে তাক অপৰাধ বুলি গণ্য কৰা নহয়। গৃহ মন্ত্ৰালয়ে এই সমগ্ৰ দিশবোৰ পৰীক্ষা কৰি অতি শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সূত্ৰটোৱে দাবী কৰিছে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd