• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোম্পানীৰ বিশেষ অফাৰ; প্ৰতিদিনে ৯ ঘণ্টা শুই লাভ কৰক ১ লাখ টকাৰ মাননি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2019 2:12 pm
Representing Image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুই ভালপোৱা সকলৰ বাবে ভাৰতৰ এটা নতুন প্ৰতিষ্ঠানে  ইণ্টাৰ্ণশ্বিপৰ সুবিধা আগবঢ়াইছে।

শ্লিপ চল্যুশ্যন ষ্টাৰ্টআপ ‘ৱেকফিটে’ তেওঁলোকৰ ‘শ্লিপ ইণ্টাৰ্ণশ্বিপ-২০২০’ৰ বাবে প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।

Apply Now

প্ৰতিষ্ঠানটোৱে ইয়াৰ বাবে তেওঁলোকৰ ৱেবচাইটত বিজ্ঞাপন প্ৰকাশ কৰি সমগ্ৰ দেশৰ প্ৰাৰ্থীৰ পৰা আবেদনো বিচাৰিছে।

প্ৰচুৰ টোপনি যাব পৰা যোগ্যতাৰ অধিকাৰীসকলে এই ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন কৰিব পাৰে।

প্ৰতিষ্ঠানটোৱে টোপনি যোৱাৰ সময়ত প্ৰাৰ্থীসকলে পৰিধান কৰিবলগীয়া পোছাক ‘পাইজামা’ হ’ব বুলিও নিৰ্ধাৰণ কৰি দিছে।

ইণ্টাৰ্ণশ্বিপৰ বাবে যোগ্য বিৱেচিত প্ৰাৰ্থীসকলে প্ৰতি নিশা ৯ ঘণ্টাকৈ ১০০ দিনৰ বাবে টোপনি যাব লাগিব যাৰ বাবে তেওঁলোকক ১ লাখ টকাৰ ভাত্তা আগবঢ়োৱা হ’ব।

‘‘আমি দেশৰ ভিতৰত ভালকৈ টোপনি যাব পৰা লোকক নিৰ্বাচন কৰিব বিচাৰিছো যিসকলে তেওঁলোকৰ জীৱনত টোপনিকে অগ্ৰাধিকাৰ দি আহিছে। সুস্বাস্থ্যৰ বাবে টোপনিৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই ইণ্টাৰ্ণশ্বিপটো মুকলি কৰা হৈছে’’, ৱেকফিট ডট কোৰ প্ৰতিষ্ঠাতা আৰু নিৰ্দেশক গৰাকীয়ে এনেদৰে কয়।

আনহাতে, ইণ্টাৰ্ণশ্বিপৰ সময়ত প্ৰতিষ্ঠানটোৱে টোপনিৰ ধৰণ আৰু শৈলীৰ বিষয়ে পৰ্যালোচনা কৰিব।

বিচনালৈ যোৱাৰ পূৰ্বে প্ৰাৰ্থীসকলক টোপনিৰ বিষয়ে বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হ’ব যাতে তেওঁলোকে বিচনালৈ গৈ ভালদৰে টোপনি যাব পাৰে।

এই পদক্ষেপৰ দ্বাৰা প্ৰতিজন নাগৰিকৰ কৰ্মময় জীৱনত টোপনিৰ প্ৰয়োজনীয়তাক অভিন্ন অংগ হিচাপে প্ৰমাণ কৰিব বিচৰা হৈছে বুলি প্ৰতিষ্ঠানটোৰ নিৰ্দেশক গৰাকীয়ে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd