• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্পিনাৰৰ আধিপত্য! প্ৰথম টেষ্টত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়; একেৰাহে ১০ টেষ্ট জিকাৰ অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2022 2:13 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India beat Bangladesh by 188 runs কে এল ৰাহুলৰ নেতৃত্বত ভাৰত-বাংলাদেশ শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতে সহজে জয়লাভ কৰিছে। ভাৰতে দেওবাৰে চিটাগং টেষ্টৰ পঞ্চম দিনৰ প্ৰথম ছেছনতে জয়লাভ কৰে। অন্তিম দিনা বাংলাদেশক জয়ৰ বাবে ২৪১ ৰাণৰ প্ৰয়োজন আছিল। কিন্তু বাংলাদেশে বাকী চাৰিটা উইকেট মাত্ৰ ৫২ ৰাণত হেৰুৱায়।

৫১৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশৰ ইনিংছ ৩২৪ ৰাণত শেষ হয়। ফলস্বৰূপে, ভাৰত ১৮৮ ৰাণত বিজয়ী হয়। সেইদৰে টীম ইণ্ডিয়াই শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰে।

দ্বিতীয় ইনিংছত তুলনামূলকভাৱে ভাল বেটিং কৰা স্বত্বেও বাংলাদেশে প্ৰথম ইনিংছৰ বিফলতাৰ বাবে মূল্য ভৰিব লগা হৈছিল। টেষ্টৰ অন্তিম দিনটোত বাংলাদেশক জয়ৰ বাবে ২৪১ ৰাণৰ প্ৰয়োজন হৈছিল। হাতত আছিল মাত্ৰ ৪ টা উইকেট। চাকিব আল হাছান আৰু মেহিদী হাছান মিৰাজ ক্ৰীজত আছিল। এনে লাগিছিল যে বাংলাদেশে তেওঁলোকৰ ভৰ দি অলপ যুঁজ দিব। কিন্তু মেহেদী মাত্ৰ ১৩ ৰাণত আউট হৈছিল। চাকিব ৮৪ ৰাণত আউট হয়।

Apply Now

বাংলাদেশৰ অধিনায়ক পেভিলিয়নলৈ উভতি যোৱাৰ পিছত ভাৰতৰ বিজয় মাত্ৰ আনুষ্ঠানিকতাহে আছিল। ভাৰতীয় বলাৰসকলে প্ৰত্যাশিত বিজয় পাবলৈ বেছি সময় অপেক্ষা কৰিব লগা হোৱা নাছিল। প্ৰথম ইনিংছৰ দৰে বাংলাদেশৰ বেটছমেনসকলে দ্বিতীয় ইনিংছতো স্পিনত ধৰাশায়ী হৈছিল। অক্ষৰ পেটেলে ৪ টা আৰু কুলদীপ যাদৱে ৩ টা উইকেট দখল কৰে। ৰবিচন্দ্ৰন অশ্বিন, উমেশ যাদৱ আৰু মহম্মদ চিৰাজে এটাকৈ উইকেট দখল কৰে।

প্ৰথমে বেটিং কৰি ভাৰতে প্ৰথম ইনিংছত ৪০৪ ৰাণ সংগ্ৰহ কৰে। বাংলাদেশৰ প্ৰথম ইনিংছ মাত্ৰ ১৫০ ৰাণত সমাপ্ত হৈছিল। কে এল ৰাহুলে দ্বিতীয় ইনিংছত ২ উইকেটৰ বিনিময়ত ২৫৮ ৰাণ হোৱাৰ লগে লগে ইনিংছ ঘোষণা কৰিছিল। শুভমান গিল আৰু চেতেশ্বৰ পূজাৰাই দুটা শতক অৰ্জন কৰিছিল।

বাংলাদেশৰ জাকিৰ হাছানে দ্বিতীয় ইনিংছত শতক অৰ্জন কৰিলেও খেলখন বচাব নোৱাৰিলে। অৱশেষত অধিনায়ক চাকিব আল হাছানৰ যুঁজাৰু ইনিংছটোও কামত নাহিল। ইপিনে, ভাৰতে একেৰাহে ১০ খন টেষ্ট মেচ জিকাৰ অভিলেখ গঢ়িলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd