• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱম মাভিৰ ৪ উইকেট! উত্তেজনাপূৰ্ণ প্ৰথমখন টী-২০ ত শ্ৰীলংকাক ২ ৰাণত পৰাস্ত কৰিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 9:22 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটত ভাৰতে বছৰটো জয়েৰে আৰম্ভ কৰিলে। মঙলবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টী-২০ খেলত হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ভাৰতে শ্ৰীলংকাক ২ ৰাণত পৰাস্ত কৰে। সেইদৰে, তিনিখন খেলৰ শৃংখলাত টীম ইণ্ডিয়াই ১-০ ৰ অগ্ৰগতি লাভ কৰিছে।

প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্দ্ধাৰিত ২০ অভাৰত ৫ উইকেটত ১৬২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাৰ ইনিংছ নিৰ্ধাৰিত অভাৰত ১৬০ ৰাণত সমাপ্ত হয়। শিৱম মাভিয়ে আন্তৰ্জাতিক কেৰিয়াৰৰ আৰম্ভণিতে টী-২০ত চাৰিটা উইকেট দখল কৰে। উমৰাণ মালিক আৰু হৰ্ষল পেটেলে দুটাকৈ উইকেট লাভ কৰে।

Apply Now

শ্ৰীলংকাৰ অধিনায়ক দাচুন ছনাকাই টছত জয়ী হৈ ভাৰতক বেটিং কৰিবলৈ পঠিয়ায়। কিন্তু আৰম্ভণি ভাল নাছিল। ভাৰতে ৪৬ ৰাণত ৩ টা উইকেট হেৰুৱায়। ঈশান কিষাণে ভাল আৰম্ভণি কৰিলেও আনফালে উইকেট পৰি থাকে। শুভমান গিল (৭), সূৰ্যকুমাৰ যাদৱ (৭) আৰু সঞ্জু চেমছন (৫) সোনকালেই উভতি যায়।

তিনিটা উইকেট হেৰুওৱাৰ পিছত ঈশান আৰু হাৰ্দিকে দলটোক কিছু অগ্ৰগতি প্ৰদান কৰে। ঈশানে ৩৭ ৰাণ সংগ্ৰহ কৰি উভতি যায়। ভাৰতৰ অধিনায়ক ২৯ ৰাণত আউট হয়। এনেদৰে ভাৰতে ৯৪ ৰাণত ৫ টা উইকেট হেৰুৱায়।

 

ভাৰতৰ ইনিংছত দীপক হুডা আৰু অক্ষৰ পেটেলে ষষ্ঠ উইকেটত ৬৮ ৰাণ যোগ দিয়ে। হুডাই ২৩ টা বলত ৪১ ৰাণ সংগ্ৰহ কৰে। তেওঁ মুঠতে চাৰিটা ছয় আৰু এটা চাৰি মাৰে। অক্ষৰে ২০ টা বলত ৩১ ৰাণ সংগ্ৰহ কৰে। নিৰ্ধাৰিত অভাৰত ভাৰতে ৫ উইকেটত ১৬২ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই বেটিঙৰ আৰম্ভণিতে খহনীয়াৰ সন্মুখীন হয়। দলটোৰ ৬৮ ৰাণত ৫ টা উইকেট পৰে। দাচুন ছনাকা (৪৫) আৰু ৱানিন্দু হাচাৰঙ্গাই (২১) মাজৰ অভাৰকেইটাত অলপ চেষ্টা চলায়। শ্ৰীলংকাৰ স্পিনাৰক আউট কৰাৰ পিছত চামিকা কৰুণাৰত্নে দলটোক বিজয়লৈ লৈ যোৱাৰ বাবে যথাসাধ্য চেষ্টা কৰে।শেষত ২৩ ৰাণত অপৰাজিত হৈ থাকে যদিও দলক জয়ী কৰাত ব্যৰ্থ হয়। শ্ৰীলংকা দুই ৰাণত পৰাজিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd