• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোহলিৰ ‘বিৰাট’ বিক্ৰম! অন্তিমখন টী-২০ত ইংলেণ্ডক বিধ্বস্ত কৰি ছিৰিজ জয় ভাৰতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2021 7:31 am
India beat England

ফটো সৌজন্য: বিচিচিআই।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শক্তিশালী ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিমখন টী-২০ মেচত দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতে ৩৬ৰাণত বিজয় সাৱ্যস্ত কৰে। গোটেই ছিৰিজটো উত্তেজনা পূৰ্ণ হিচাপে বিবেচিত হয় যদিও স্নায়ু যুঁজত ভাৰতেই শেষ হাঁহি মাৰিলে।

এই বিজয়ৰ জৰিয়তে ভাৰতে টী-২০ ছিৰিজিটো ৩-২ব্যৱধানত হস্তগত কৰে।

Apply Now

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত শনিবাৰে পুনৰ টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰিবলগীয়া হয় বিৰাট বাহিনী।

বেটিং কৰিবলৈ নামিয়েই চমক দেখুৱাবলৈ সক্ষম হয় ভাৰতে। ৰোহিত শৰ্মাৰ সৈতে অপেনিং কৰে স্বয়ং অধিনায়ক বিৰাট কোহলিয়ে।

ৰোহিত-বিৰাটৰ যুটীত ভাৰতে প্ৰথম ৯ অভাৰতে ৯৪ৰাণ সংগ্ৰহ কৰে। ৰোহিতে তেওঁৰ স্বভাৱসিদ্ধ বেটিঙেৰে ৩৪টা বলত ৬৪ৰাণ কৰে।

ৰোহিত আউট হ’লেও ইপিনে বিৰাট কোহলি ৮০ৰাণৰ অনবদ্য ইনিংছ খেলি অপৰাজিত হৈ ৰয়।

আনহাতে, ১৭টা বলত ৩৯ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে হাৰ্দিক পাণ্ডিয়াই। সেইদৰে ১৭ টা বলত ৩২ ৰাণৰ আন এক চমকপ্ৰদ ইনিংছ খেলে সূৰ্যকুমাৰ যাদবেও।

ভাৰতে নিৰ্দ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই ২২৪ৰাণ সংগ্ৰহ কৰে।

আনহাতে, ২২৫ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি খেলিবলৈ নামিয়েই বিপৰ্যয়ৰ সন্মুখীন হয় ইংলেণ্ড। শূন্য ৰাণতে পেভলিয়নলৈ উভতিবলগীয়া হয় জেছন ৰয়।

ইয়াৰ পাছতে বাটলাৰ আৰু মালানে আক্ৰমণৰ দায়িত্ব কান্ধ পাতি লয় আৰু ১৩০ৰাণৰ এক দুৰ্দান্ত পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। এই সময়ছোৱাত ইংলেণ্ডে অনায়াসে মেচ জিকিব বুলি ভৱা হৈছিল।

কিন্তু ৫২ৰাণত বাটলাৰক পেভলিয়নলৈ পঠিয়াই ভুৱনেশ্বৰ কুমাৰে খেলৰ গতি সলনি কৰি দিয়ে। ইয়াৰ পাছত অলপ সময়ৰ ব্যৱধানতে ইংলেণ্ডে বেয়াৰষ্টো, মালান আৰু মৰ্গানৰ উইকেট হেৰুৱায়।

অনিতম চাৰি অভাৰত ইংলেণ্ডক বিজয়ৰ বাবে ৮১ৰাণৰ প্ৰয়োজন হৈছিল যদিও সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে।

টীম ইণ্ডিয়াই মেচখনত ৩৬ৰাণত বিজয় সাৱ্যস্ত কৰি ৫খনীয়া ছিৰিজটো ৩-২ব্যৱধানত দখল কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd