• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতাও; কি বিষয়ে হ’ব পাৰে আলোচনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 12:20 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন বিৰতিৰ অন্তত ৬ জুনত দেশৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া বৈঠকত মিলিত হ’ব। সূত্ৰই জনাইছে যে দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু বিৰোধী ৰাজনীতিৰ ভৱিষ্যত ৰূপৰেখা এই বৈঠকত আলোচনাৰ মূল বিষয় হ’ব।

বিৰোধী শিবিৰৰ এটা অংশৰ মতে, পাৰস্পৰিক সমন্বয়ৰ অভাৱৰ সুযোগ লৈ বিজেপি ক্ৰমান্বয়ে ৰাজনৈতিকভাৱে শক্তিশালী হৈ উঠিছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ৰাজ্যত আঞ্চলিক দলৰ প্রভাৱও শেহতীয়াকৈ ক্ষীণ হৈ পৰা বুলি ধাৰণা কৰা হৈছে৷ এনে পৰিপ্ৰেক্ষিতত বিৰোধী দলসমূহৰ মাজত ঐক্য আৰু অধিক শক্তিশালী কৰাৰ বিষয়টোৱে বৈঠকত গুৰুত্ব লাভ কৰিব পাৰে।

Apply Now

সূত্ৰসমূহে দাবী কৰিছে যে এই বৈঠকত ৰাজ্যসমূহত নিৰ্বাচনৰ পূৰ্বে বিশেষ নিবিড় পুনৰীক্ষণ (SIR) সম্পৰ্কেও আলোচনা হ’ব পাৰে। শেহতীয়াকৈ পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে।

নিৰ্বাচন অনুষ্ঠিত কৰাৰ পদ্ধতিৰ প্ৰতি দেশবাসীয়ে সাৱধান হ’ব লাগে বুলি তেওঁ দাবী কৰে। একে সময়তে পশ্চিম বংগৰ নিৰ্বাচনত বিজেপিয়ে ‘ভোট চুৰি’ কৰা বুলিও উল্লেখ কৰে।

তেতিয়াৰ পৰাই বিৰোধী দলসমূহৰ বৈঠকৰ বাবে মমতাই নিজেই উদ্যোগ লৈ আহিছে। বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত ২০২৯ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাৰ্তা দিছে।

ইণ্ডিয়া মিত্ৰজোঁটৰ কাষত থিয় দিয়াৰ বাৰ্তাও দিছে, যদিও তৃণমূল কংগ্ৰেছে বিগত সময়ত কেইবাটাও বিষয়ত স্বতন্ত্ৰ স্থিতি গ্ৰহণ কৰিছিল। ইয়াৰ সমান্তৰালকৈ ৰাহুল গান্ধীয়েও শেহতীয়াকৈ কৈছে যে বিৰোধী দলসমূহে নিজৰ মতানৈক্য পাহৰি গণতন্ত্ৰ ৰক্ষাৰ বাবে একেলগে কাম কৰাটো প্ৰয়োজনীয়।

আগন্তুক বৈঠকত ডি এম কেৰ ভূমিকা বিশেষভাৱে দৃষ্টি আকৰ্ষণকাৰী হ’ব পাৰে। ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ যদিও শেহতীয়াকৈ তামিলনাডুৰ কংগ্ৰেছে ডি এম কেৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি অভিনেতা বিজয়ৰ দল টিভিকেৰ সৈতে ৰাজনৈতিক আপোচৰ পথত আগবাঢ়িছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অহা ৬ জুনত মমতাই নিজেও এই বৈঠকত উপস্থিত থাকিব পাৰে। জানিব পৰা গৈছে যে শেহতীয়াকৈ তৃণমূল নেত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ সৈতে ফোনত দীঘলীয়া বাৰ্তালাপ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd