• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত কেতিয়া নিয়ন্ত্ৰণলৈ আহিব ক’ৰ’ণাৰ সংক্ৰমণ? সময় উল্লেখ কৰিলে কেন্দ্ৰীয় বিশেষজ্ঞ কমিটিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2020 8:49 am
a corona
39.3k
VIEWS
Share on FacebookShare on Twitter

২০২০ চনৰ আৰম্ভণিৰে পৰা আজিৰ দিনটোলৈ দেশবাসীৰ মনত অনৱৰতে ক্ৰিয়া কৰি থকা প্ৰশ্নটোৱেই হৈছে—‘কেতিয়া কমিব ক’ৰ’ণাৰ সংহাৰ?কেতিয়া উভতি আহিব স্বাভাৱিক পৰিস্থিতি?’

এই প্ৰশ্নৰ সঠিক উত্তৰ নাই কাৰোৰে হাতত। কিন্তু উত্তৰ নোহোৱা এই প্ৰশ্নৰ এক উত্তৰ প্ৰদানৰ চেষ্টা চলাইছে ক’ৰ’ণাৰ সংক্ৰমণ সন্দৰ্ভত চৰকাৰে গঠন কৰি দিয়া কেন্দ্ৰীয় বিশেষজ্ঞ সমিতিয়ে।

দেশৰ আগশাৰীৰ স্বাস্থ্য বিজ্ঞানী, কেইবাখনো আই আই টিৰ গৱেষক,আই চি এম আৰৰ বিশেষজ্ঞকলৈ গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিয়ে প্ৰকাশ কৰা মতে ভাৰতত ক’ৰ’ণাই ইতিমধ্যে ইয়াৰ শীৰ্ষ বিন্দু অতিক্ৰম কৰি আহিছে।

সেয়ে লাহে লাহে ক’ৰ’ণাৰ সংক্ৰমণ হ্ৰাস পাই আহিব।

এনেদৰে থাকিলে অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে ক’ৰ’ণাৰ সংক্ৰমণ দেশত ভালেখিনি  কমি যাব।

সেই সময়ত অতি নগন্য সংখ্যক ক’ৰ’ণা ৰোগীহে দেশত থাকিব।

অৱশ্যে শীতৰ সময়ত আৰু পূজাৰ সময়ত যদিও মানুহে সামাজিক দূৰত্বৰ বিধি নামানে তেন্তে দেশত প্ৰতি মাহে কমেও ২৬ লাখকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হ’ব।

অহা বছৰৰ ফেব্ৰুৱাৰী মাহত দেশত ক’ৰ’ণাক্ৰান্তৰ সংখ্যা ১ কোটি ৫ লাখ মান হোৱাৰ সম্ভাৱনা আছে।

বিশেষজ্ঞ কমিটিয়ে ক’ৰ’ণাৰ সংক্ৰমণ সন্দৰ্ভত প্ৰস্তুত কৰা গাণিতিক মডেলৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰিছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd