DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘এইবোৰ কৰি নাথাকিব…’: মোদীৰ লাডাখ ভ্ৰমণৰ পিছত ভাৰতক সকীয়নি চীনৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2020 2:15 pm
index

প্ৰতিকী ছবি

8.1k
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তৰ উত্তেজনা নিৰশনৰ বাবে দুয়ো পক্ষৰ সেনাৰ ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ আলোচনা চলি থাকিলেও উত্তেজনাৰ কোনো শাম কটা নাই।

এই আলোচনাৰ মাজতে কালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাৎ লাডাখ সীমান্ত ভ্ৰমণ কৰাৰ পাছত সীমান্তৰ উত্তেজনাই পুনৰ শীৰ্ষত উঠিছে।

প্ৰধানমন্ত্ৰী মোদীৰ লাডাখ ভ্ৰমণক সহজভাৱে ল’ব পৰা নাই বেইজিঙে।

বেইজিঙে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাডাখ ভ্ৰমণৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, দুয়োপক্ষই পৰিস্থিতি ঘোলা কৰাৰ এনে কোনো পদক্ষেপ লোৱা উচিত নহয়।

চীন বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে শুকুৰবাৰে কয় যে, “ভাৰত ও চীনৰ মাজত যোগাযোগ হৈ আছে। উত্তেজনা নিৰশনৰ বাবে সামৰিক আৰু কূটনৈতিক স্তৰৰ আলোচনা চলি আছে। কোনো নতুন সমস্যাৰ সৃষ্টি কৰাৰ ‘পদক্ষেপ’ লোৱাৰ পৰা উভয় পক্ষই বিৰত থকা উচিত।”

প্ৰধানমন্ত্ৰী মোদীৰ লাডাখ ভ্ৰমণক প্ৰত্যক্ষভাৱে আক্ৰমণ নকৰি চীনৰ বৈদেশিক মন্ত্ৰালয়ে কৌশলী স্থিতি গ্ৰহণ কৰাও দেখা গৈছে।

এই সম্পৰ্কত বৈদেশিক মন্ত্ৰালয়ে ৰাজনৈতিক মন্তব্য প্ৰকাশ নকৰিলেও চীনৰ কূটনৈতিক মহলে প্ৰকাশ কৰিছে যে ১৫ জুনৰ দুয়োপক্ষৰ সেনাৰ ৰক্তক্ষয়ী সংঘৰ্ষই সৃষ্টি কৰা উত্তেজনাক মোদীৰ লাডাখ ভ্ৰমণে পুনৰ নতুন মাত্ৰা প্ৰদান কৰিছে।

অৰ্থাৎ চীনে ইয়াৰ দ্বাৰা এই ইঙ্গিত প্ৰদান কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লাডাখ ভ্ৰমণে সীমান্তৰ উত্তেজনা নিৰশন কৰাৰ বিপৰীতে বৃদ্ধিহে কৰিছে।

Recent News

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd