• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হ’ব ভাৰত আৰু চীনৰ যৌথ সামৰিক অনুশীলন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2019 7:56 am
Ind-China-BPM-570x427

চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মি (পি এল এ)ৰ সেনা আৰু ভাৰতীয় সেনাৰ সীমান্ত বিষয়াসকলৰ বৈঠক। ফাইল ফটো

439
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু চীনা সামৰিক বাহিনীৰ অষ্টম সংখ্যক যৌথ সামৰিক অনুশীলন অহা ডিচেম্বৰত মেঘালয়ত অনুষ্ঠিত হ’ব।

দুয়োখন দেশৰ মাজৰ সামৰিক অনুশীলন যোৱা বছৰ ডোকলামত সৃষ্টি হোৱা উত্তেজনাৰ পাছত বন্ধ হৈ পৰিছিল।

‘হাতে হাত ধৰি’’ এই যৌথ সামৰিক অনুশীলন মেঘালয়ৰ শ্বিলঙৰ সমীপৰ উমৰৈত অনুষ্ঠিত হ’ব।

যোৱা ২০১৮ চনৰ ডিচেম্বৰত চেংদুত শেষবাৰ এই যৌথ সামৰিক অনুশীলনৰ সপ্তম সংস্কৰণ অনুষ্ঠিত হৈছিল।

উমৰৈত দুয়োটা সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান, যৌথ কামাণ্ড পষ্ট স্থাপন আৰু যৌথ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিব।

এই হাতে হাত ধৰি যৌথ অনুশীলন ২০০৭ চনত কুনমিঙত আৰম্ভ হৈছিল কিন্তু দ্বিতীয়বাৰ কৰ্ণাটকৰ বেলেগামত চীনা সমাৰিক বাহিনী অহাৰ পাছত বন্ধ হৈ পৰিছিল।

এই যৌথ অনুশীলনটো ২০১৩ চনৰ শেষলৈকে মাত্ৰ পাঁচ বছৰ বন্ধ হৈ আছিল কিয়নো নতুন দিল্লী আৰু বেইজিঙে এক ভিছা কেন্দ্ৰিক সংঘাতৰ বাবে সামৰিক মিত্ৰতা নিলম্বন কৰিছিল।

২০১৬ চনত পুনেত যৌথ সামৰিক অনুশীলনৰ ষষ্ঠ সংস্কৰণৰ পাছত ছিকিমৰ ডোকলামত দুয়োটা বাহিনীৰ মাজত ৭৩ দিন ধৰি চলা উত্তেজনা তথা মুখামুখি স্থিতিৰ বাবে অনুশীলনত যতি পৰিছিল।

যোৱা বছৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰে আৰু দুয়োটা সামৰিক বাহিনীয়ে পুনৰ চীনত ভাৱ বিনিময় কৰিবলৈ আৰম্ভ কৰে তথা চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মি (পি এল এ)ৰ সেনাই ভাৰতীয় সেনাৰ সৈতে নৃত্য কৰা ভিডিঅ’ ভাইৰেল হৈ পৰে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd