• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াক ধৰাশায়ী কৰি প্ৰস্তুতি সম্পূৰ্ণ ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2021 9:07 pm
T20 World Cup 2021
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰি বিশ্বকাপ অভিযানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ভাৰতীয় ক্ৰিকেট দলে।

বুধবাৰে ডুবাইৰ আইচিচি একাডেমী গ্ৰাউণ্ডত অনুষ্ঠিত মেচখনত নিৰ্ধাৰিত ২০ অভাৰত অষ্ট্ৰেলিয়াই ৫ উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰে। দলটোৱে ১১ ৰানতে তিনিটা উইকেট হেৰুওৱাই বিপদত পৰিছিল যদিও ষ্টিভেন স্মিথ, মেক্সৱেল আৰু ষ্টইনিছৰ প্ৰচেষ্টাত ১৫২ ৰানৰ এক প্ৰত্যাহ্বানজনক স্ক’ৰ থিয় কৰায়।

স্মিথে সৰ্বাধিক ৫৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মেক্সৱেল আৰু ষ্টইনিছৰ বেটৰ পৰা আহে ক্ৰমে ৩৭ আৰু ৪১ ৰান।

Apply Now

ভাৰতৰ হৈ অশ্বিনে দুটা উইকেট দখল কৰাৰ লগতে ভুবনেশ্বৰ কুমাৰ, জাদেজা আৰু ৰাহুল চাহাৰৰ হাতলৈ যায় এটাকৈ উইকেট।

উল্লেখ্য যে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে আজি দলৰ ষষ্ঠজন বলাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ বিশ্বকাপৰ মূল পৰ্যায়ৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ ইঙ্গিত প্ৰদান কৰে।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ১৭.৫ অভাৰত মাত্ৰ ১ টা উইকেট হেৰুৱাই প্ৰয়োজনীয় লক্ষ্যত উপনীত হয়।

অপেনাৰদ্বয় কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই ৯.১ অভাৰত ৬৮ ৰাণ যোগ যোগ কৰি দলক এক সফল আৰম্ভণি দিয়ে। ব্যক্তিগত ৩৯ ৰানত ৰাহুল এষ্টন এগাৰৰ বলত আউট হয়। তেওঁৰ ৩১ টা বলৰ ইনিংছটোত ২টা চাৰি আৰু ৩ টা ছয় কোবাই।

ৰোহিত শৰ্মাই ৪১ টা বলত ৫ টা চাৰি আৰু ৩ টা ছয়েৰে সৰ্বাধিক ৬০ ৰান সংগ্ৰহ কৰি ৰিটায়াৰ্ড হাৰ্ট হয়।

ইনিংছৰ ১৮ সংখ্যক অভাৰৰ পঞ্চমটো বলত হাৰ্ডিক পাণ্ডিয়াই (১৪*) ৰিছাৰ্ডচনৰ বলত এটা ছয় কোবাই বিজয়ী ৰান সংগ্ৰহ কৰে। সূৰ্যকুমাৰ যাদৱে ২৭ টা বলত ৩৮ ৰাণ কৰি অপৰাজিত হৈ থাকে।

এষ্টন এগাৰে অষ্ট্ৰেলিয়াৰ হৈ একমাত্ৰ উইকেটটো দখল কৰে।

উল্লেখ্য যে ভাৰতে বিশ্বকাপ মূল পৰ্যায়ত ২৪ অক্টোবৰত পাকিস্তানৰ বিপক্ষে খেলি নিজৰ টি২০বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd