• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰ, কাশ্মীৰকলৈ UNHR মুৰব্বীৰ উদ্বেগ প্ৰকাশ; ‘অযুক্তিকৰ আৰু ভিত্তিহীন’ বুলি দাবী ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2025 12:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্তৰ মুৰব্বী ভলকাৰ তুৰ্কে ভাৰতৰ কাশ্মীৰ আৰু মণিপুৰৰ সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ উত্তৰত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে দিল্লীৰ স্থিতিৰ দাঙি ধৰিছে। তেওঁ স্পষ্ট ভাষাত কয় যে কাশ্মীৰ আৰু মণিপুৰৰ ওপৰত তুৰ্কৰ মন্তব্য “ভিত্তিহীন”।

জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৫৮ সংখ্যক সাধাৰণ সভাত অংশগ্ৰহণ কৰি দিল্লীয়ে তুৰ্কৰ মন্তব্য সন্দৰ্ভত বিশ্ব মঞ্চত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। ভাৰতৰ হৈ অৰিন্দম বাগচিয়ে কয়, ‘যিহেতু ভাৰতৰ নাম উল্লেখ কৰা হৈছে, গতিকে মই ক’ম যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতৰ এখন সুস্থ, সজীৱ আৰু বহুত্ববাদী সমাজ আছে।’

Apply Now

তেওঁ লগতে কয় যে অযুক্তিকৰ আৰু ভিত্তিহীন মন্তব্যবোৰ বাস্তৱ পৰিস্থিতিৰ পৰা সম্পূৰ্ণ পৃথক। অৰিন্দম বাগচিয়ে কয় যে ‘ভাৰতৰ জনসাধাৰণে আমাৰ বিষয়ে এনে অপ্ৰয়োজনীয় উদ্বেগ বাৰে বাৰে ভুল প্ৰমাণ কৰি আহিছে। ভাৰত আৰু আমাৰ সভ্যতাৰ বৈচিত্ৰ্য আৰু মুকলি নীতিৰ বিষয়ে আমি ভালদৰে বুজিবলৈ আহ্বান জনাম।’

ইফালে কাশ্মীৰ সন্দৰ্ভত তুৰ্কৰ বক্তব্যৰ পৰিপ্ৰেক্ষিতত দিল্লীয়ে কয় যে তেওঁৰ বক্তব্যত কাশ্মীৰ বিষয়টোক ভুলকৈ উপস্থাপন কৰা হৈছে। কাশ্মীৰ শান্তি আৰু উন্নয়নৰ দিশত আগবাঢ়িছে বুলি দিল্লীয়ে কোৱাৰ সময়তে তুৰ্কৰ এই মন্তব্য আহিছে।

অৰিন্দম বাগচিয়ে নিজৰ বক্তব্যত কয় যে, “এই বছৰটো অঞ্চলটোৰ নিৰাপত্তাৰ উন্নতি, প্ৰাদেশিক নিৰ্বাচনত অভিলেখ সৃষ্টি কৰা ভোটাৰৰ ভোটদান, বৃদ্ধি পোৱা পৰ্যটন, আৰু দ্ৰুত আন্তঃগাঁথনি উন্নয়নৰ বাবে উল্লেখযোগ্য আছিল।”

মন কৰিবলগীয়া যে মণিপুৰ সন্দৰ্ভতো তুৰ্কে মন্তব্য কৰিছিল। সেই সন্দৰ্ভত তেওঁ মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁৰ উদ্বেগ খণ্ডন কৰি অৰিন্দম বাগচিয়ে স্পষ্টকৈ কয় যে ভাৰতে ‘ইয়াৰ বিষয়ে ভুল ধাৰণাক বাৰে বাৰে ভুল প্ৰমাণিত কৰি আহিছে’।

উল্লেখ্য যে দিল্লীয়ে জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত দিয়া বক্তব্যৰ সপক্ষে তাত ভোটদানৰ হাৰকো তুলি ধৰিছে। তেওঁ পৰ্যটনৰ বিকাশৰ কথাও তুলি ধৰে। ইপিনে, তুৰ্কৰ প্ৰতিবেদনত ইউক্ৰেইন আৰু গাজাৰ পৰা আফগানিস্তান আৰু আমেৰিকালৈকে সংঘাত আৰু মানৱ অধিকাৰৰ উদ্বেগক তুলি ধৰা হৈছে যদিও পাকিস্তানৰ কথা উল্লেখ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd